உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বঙালমাৰত চলাইছিল নকল সোণ আৰু নকল টকাৰ বেহা! লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মাষ্টাৰ মাইণ্ড মিজুক

    বঙালমাৰত চলাইছিল নকল সোণ আৰু নকল টকাৰ বেহা! লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মাষ্টাৰ মাইণ্ড মিজুক

    অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহি ৰাজ্যৰ বহ লোকক ঠগিছিল এইজন মিজুয়ে।

    অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহি ৰাজ্যৰ বহ লোকক ঠগিছিল এইজন মিজুয়ে।

    অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহি ৰাজ্যৰ বহ লোকক ঠগিছিল এইজন মিজুয়ে।

    • Share this:

    • অৱশেষত লখিমপুৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল নকল সোণ আৰু নকল টকাৰ মাষ্টৰ মাইণ্ড মিজু ৷

    • দীৰ্ঘদিনে নকল সোণ আৰু নকল টকাৰে ঠগ প্ৰৱঞ্চনা কৰা মিজানুৰ ৰহমান ওৰফে মিজুক গ্ৰেপ্তাৰ কৰিলে লখিমপুৰ আৰক্ষীয়ে ৷

    • লালুক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সৰুজ দলেৰ নেতৃত্বত বিহপুৰীয়াত গ্ৰেপ্তাৰ কৰে মিজুৰ লগতে চাইদুল ইছলাম নামৰ অন্য এটা প্ৰৱঞ্চকক ৷

    • উল্লেখযোগ্য যে, দীৰ্ঘদিনে এই মিজুৰ নেতৃত্বতে লখিমপুৰৰ বঙালমৰাত চলি আছিল নকল সোন আৰু নকল টকাৰ বেহা ৷

    • অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহি ৰাজ্যৰ বহ লোকক ঠগিছিল এইজন মিজুয়ে।

    Published by:Himangshu Bhuyan
    First published: