অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহি ৰাজ্যৰ বহ লোকক ঠগিছিল এইজন মিজুয়ে।
অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহি ৰাজ্যৰ বহ লোকক ঠগিছিল এইজন মিজুয়ে।
- অৱশেষত লখিমপুৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল নকল সোণ আৰু নকল টকাৰ মাষ্টৰ মাইণ্ড মিজু ৷
- দীৰ্ঘদিনে নকল সোণ আৰু নকল টকাৰে ঠগ প্ৰৱঞ্চনা কৰা মিজানুৰ ৰহমান ওৰফে মিজুক গ্ৰেপ্তাৰ কৰিলে লখিমপুৰ আৰক্ষীয়ে ৷
- লালুক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সৰুজ দলেৰ নেতৃত্বত বিহপুৰীয়াত গ্ৰেপ্তাৰ কৰে মিজুৰ লগতে চাইদুল ইছলাম নামৰ অন্য এটা প্ৰৱঞ্চকক ৷
- উল্লেখযোগ্য যে, দীৰ্ঘদিনে এই মিজুৰ নেতৃত্বতে লখিমপুৰৰ বঙালমৰাত চলি আছিল নকল সোন আৰু নকল টকাৰ বেহা ৷
- অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহি ৰাজ্যৰ বহ লোকক ঠগিছিল এইজন মিজুয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|