এইমাত্ৰ বন্ধু দেৱৰ পৰা ভিডিঅ’টো পালো ৷ ঘটনা লাহৰীঘাটৰ৷ ১৪ বছৰীয়া ল’ৰাটোৰ অপৰাধ বোলে বিস্কুট চুৰি! পুলিচজনক দেখি লাগিছে যেন জীৱনৰ সমস্ত Frustration ল’ৰাটোক মৰিয়াই মৰিয়াই বাহিৰ কৰিব৷ কি আচৰিত!
এনেকৈ হ’লে পুলিচ প্ৰশাসন আৰু সাধাৰণ জনতাৰ দূৰত্ব নিশ্চয় বাঢ়ি যাব৷ @DGPAssamPolice pic.twitter.com/V0kyTKeakb
— Uddipana Goswami (@TheUrbanJourno) March 21, 2022
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|