• Home
  • »
  • News
  • »
  • assam
  • »
  • লাহৰীঘাটত বিস্কুট চুৰিৰ অভিযোগত কিশোৰক প্ৰহাৰ কৰা আৰক্ষী বিষয়াক নিলম্বন

লাহৰীঘাটত বিস্কুট চুৰিৰ অভিযোগত কিশোৰক প্ৰহাৰ কৰা আৰক্ষী বিষয়াক নিলম্বন

সোমবাৰে অসমৰ লাহৰীঘাটত বিস্কুট চুৰি কৰাৰ অভিযোগত এজন আৰক্ষী বিষয়াই এজন কিশোৰক নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছিল।

  • Share this:
লাহৰীঘাটত থানাৰ ভিতৰতে বিস্কুট চুৰিৰ অপৰাধত এজন কিশোৰক উপুৰ্যপৰি প্ৰহাৰ কৰা লাহৰীঘাট থানাৰ ASI উপেন চন্দ্ৰ বৰদলৈক নিলম্বন। উল্লেখ্য যে কিশোৰজনক উপুৰ্যপৰি প্ৰহাৰ কৰা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতেই আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালকপ্ৰধানক দাবী জনাইছিল সচেতন ৰাইজে।

উল্লেখযোগ্য যে সোমবাৰে অসমৰ লাহৰীঘাটত বিস্কুট চুৰি কৰাৰ অভিযোগত এজন আৰক্ষী বিষয়াই এজন কিশোৰক নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছিল। এই ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈছে, য'ত দেখা গৈছে যে আৰক্ষী বিষয়াই বিস্কুট চুৰি কৰা ল'ৰাজনক লাঠিৰে প্ৰহাৰ কৰিছে।

ভিডিঅ'টোত, কিশোৰজনে চিঞৰ-বাখৰ কৰা শুনা গৈছে আৰু বিষয়াজনক তেওঁক নামাৰিবলৈ অনুৰোধ কৰা শুনা যায়। কিশোৰজনৰ অনুৰোধৰ পিছতো বিষয়াজনে উপৰ্যুপৰি প্ৰহাৰ কৰিছিল কিশোৰজনক।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি