মুখ্যপৃষ্ঠা » খবৰ

» অসম

»লাফিকুল ইছলামৰ হত্যাকাৰীৰ ফটো ৰাজহুৱা কৰিলে চিবিআয়ে, হত্যাকাৰীৰ সন্ধান দিওঁতালৈ ২ লাখ টকাৰ পুৰস্কাৰ

লাফিকুল ইছলামৰ হত্যাকাৰীৰ ফটো ৰাজহুৱা কৰিলে চিবিআয়ে, হত্যাকাৰীৰ সন্ধান দিওঁতালৈ ২ লাখ টকাৰ পুৰস্কাৰ

News18 Assam | News18-Assam
Updated:August 2, 2021, 7:21 PM IST
লাফিকুল ইছলামৰ হত্যাকাৰীৰ ফটো ৰাজহুৱা কৰিলে চিবিআয়ে, হত্যাকাৰীৰ সন্ধান দিওঁতালৈ ২ লাখ টকাৰ পুৰস্কাৰ
হত্যাকাৰৰ খবৰ দিওঁতাৰ পৰিচয় গোপনে ৰখা হ’ব বুলিও জনাইছে চিবিআয়ে।

হত্যাকাৰৰ খবৰ দিওঁতাৰ পৰিচয় গোপনে ৰখা হ’ব বুলিও জনাইছে চিবিআয়ে।

  • Share this:
এবিএমছুৰ সভাপতি লাফিকুল ইছলামৰ হত্যাকাৰীৰ নাম আৰু ফটো ৰাজহুৱা কৰিলে চিবিআয়ে। তিনি হত্যাকাৰীৰ ফটো ৰাজহুৱা কৰি তেওঁলোকৰ সন্ধান দিওঁতালৈ ২ লাখ টকাকৈ পুৰস্কাৰো ঘোষণা কৰা হৈছে।

২০১৭ চনৰ ১ আগষ্টত গুলীয়াই হত্যা কৰা হৈছিল এমবিএমছুৰ সভাপতি লাফিকুল ইছলামক। উক্ত গোচৰৰ তদন্তত ৰূপা ব্ৰহ্ম ওৰফে কেজেং ব্ৰহ্ম ওৰফে ৰমেশ ব্ৰহ্ম, দিংকুৰ মুছাহাৰী ওৰফে দাও আৰু ভদেশ্বৰ বসুমতাৰীক হত্যাকাৰী হিচাপে চিহ্নিত কৰা হৈছে। খবৰ দিবলৈ তলৰ ঠিকনাত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে চিবিআয়ে।

The HOB & Asst, Superintendent of Police, CBI, SCB,

CGO Complex, DF Block, A Wing, 2nd Floor, Salt Lake- 700064
Phone Nos. 033-23596118, 23596119, 9051255109,
Email- hobsckol@cbi.gov.in
Police Control Room Kokrajhar- 03661-270667, 6026900824
Published by: Sanjay Kumar Das
First published: August 2, 2021, 7:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি