মহিলা চিকিত্সকৰ গাত হাত দি জালত আব্দুল মালেক

News18-Assam
Updated:August 20, 2019, 9:13 AM IST
মহিলা চিকিত্সকৰ গাত হাত দি জালত আব্দুল মালেক
সোমবাৰে বিয়লি ভাগত কৰ্মৰত অৱস্থাত থকা মহিলা চিকিত্সকক পাছফালৰ পৰা আহি সাবটি ধৰে আব্দুল মালেক নামৰ কেজুৱেল কৰ্মচাৰীজনে

সোমবাৰে বিয়লি ভাগত কৰ্মৰত অৱস্থাত থকা মহিলা চিকিত্সকক পাছফালৰ পৰা আহি সাবটি ধৰে আব্দুল মালেক নামৰ কেজুৱেল কৰ্মচাৰীজনে

  • Share this:
গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাস্পালত ভয়ংকৰ ঘটনা। মহিলা চিকিত্সকৰ শ্লীলতাহানিৰ চেষ্টা চলাই গ্ৰেপ্তাৰ হ’ল এজন কৰ্মচাৰী। সোমবাৰে বিয়লি ভাগত কৰ্মৰত অৱস্থাত থকা মহিলা চিকিত্সকক পাছফালৰ পৰা আহি সাবটি ধৰে আব্দুল মালেক নামৰ কেজুৱেল কৰ্মচাৰীজনে। চিকিত্সকগৰাকীয়ে চিঞৰ–বাখৰ কৰাত কৰ্মচাৰীজনক কৰায়ত্ত কৰি গতাই দিয়ে ভঙাগড় আৰক্ষীক। অভিযোগৰ ভিত্তিত কৰ্মচাৰীজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত 320/19U/S 353/354 নম্বৰত ৰুজু কৰিছে গোচৰ আৰু আজি কৰ্মচাৰীজনক হাজিৰ কৰাব আদালতত।
First published: August 20, 2019, 9:13 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি