মহিলা চিকিত্সকৰ গাত হাত দি জালত আব্দুল মালেক
News18-Assam Updated:August 20, 2019, 9:13 AM IST

সোমবাৰে বিয়লি ভাগত কৰ্মৰত অৱস্থাত থকা মহিলা চিকিত্সকক পাছফালৰ পৰা আহি সাবটি ধৰে আব্দুল মালেক নামৰ কেজুৱেল কৰ্মচাৰীজনে

- News18 Assam
- Last Updated: August 20, 2019, 9:13 AM IST