உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • আজি লাচিত দিৱস, মহানগৰীৰ জালুকবাৰীত বীৰ লাচিতলৈ শ্ৰদ্ধাঞ্জলি

    আজি লাচিত দিৱস, মহানগৰীৰ জালুকবাৰীত বীৰ লাচিতলৈ শ্ৰদ্ধাঞ্জলি

    মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি জনালে শ্ৰদ্ধা।

    মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি জনালে শ্ৰদ্ধা।

    মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি জনালে শ্ৰদ্ধা।

    • Share this:
    আজি লাচিত দিৱস। সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীতো পালন কৰা হয় লাচিত দিৱস। আন বেলিৰ দৰে এইবেলিও ৰাজ্য চৰকাৰে মহানগৰীৰ জালুকবাৰীত অৱস্থিত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থলীত উদযাপন কৰে লাচিত দিৱস।

    অসম চৰকাৰৰ হৈ জালুকবাৰীত উপস্থিত থাকি মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই বীৰ লাচিতৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি প্ৰদান কৰি লাচিতৰ অসম গঢ়াৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। ৰাজ্যৰ আন আন প্ৰান্ততো পালন কৰা হৈছে লাচিত দিৱস।

    মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি জনালে শ্ৰদ্ধা। লাচিতৰ দেশভক্তি, উৎসাহ আৰু সাহসী সত্ত্বাক শ্ৰদ্ধা সোঁৱৰে মুখ্যমন্ত্ৰী সোণোৱালে।
    Published by:Sanjay Kumar Das
    First published: