আজি লাচিত দিৱস, মহানগৰীৰ জালুকবাৰীত বীৰ লাচিতলৈ শ্ৰদ্ধাঞ্জলি

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি জনালে শ্ৰদ্ধা।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি জনালে শ্ৰদ্ধা।
- News18 Assam
- Last Updated: November 24, 2020, 12:56 PM IST
অসম চৰকাৰৰ হৈ জালুকবাৰীত উপস্থিত থাকি মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই বীৰ লাচিতৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি প্ৰদান কৰি লাচিতৰ অসম গঢ়াৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। ৰাজ্যৰ আন আন প্ৰান্ততো পালন কৰা হৈছে লাচিত দিৱস।
Paid my humble tributes to legendary Ahom General, Bir Lachit Barphukan on his jayanti.
He made history by displaying exemplary patriotism, courage & bravery during the Battle of Saraighat, which will remain inscribed in golden letters. pic.twitter.com/VIGFdTVS19
— Sarbananda Sonowal (@sarbanandsonwal) November 24, 2020
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি জনালে শ্ৰদ্ধা। লাচিতৰ দেশভক্তি, উৎসাহ আৰু সাহসী সত্ত্বাক শ্ৰদ্ধা সোঁৱৰে মুখ্যমন্ত্ৰী সোণোৱালে।