অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হ’ল কুলধৰ শইকীয়া

News18 Assam | News18-Assam
Updated:January 2, 2020, 8:22 PM IST
অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হ’ল কুলধৰ শইকীয়া
 উপ–সভাপতি পদত জয়ী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱী

 উপ–সভাপতি পদত জয়ী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱী

  • Share this:
অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে। অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালকপ্ৰধান কুলধৰ শইকীয়া। নিৰ্বাচনত কুলধৰ শইকীয়াই লাভ কৰে সৰ্বমুঠ ২৫৯ টা ভোট। সেইদৰে প্ৰধান সম্পাদক পদত জয়ী হৈছে দেৱজিত বৰা। সেইদৰে সাহিত্য সভাৰ উপ–সভাপতি পদত জয়ী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱী। উল্লেখযোগ্য যে., সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছত কুলধৰ শইকীয়াই অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনত সভাপতিত্ব কৰিব।
আৰু চাওক
পৰৱৰ্তী বাতৰি