কৃপানাথ মাল্লাৰ বাহনক খুন্দিয়াই খোদ কনভয়ৰ গাড়ীয়ে

ৰোডশ্ব’ চলি থকা অবস্থাত কৃপানাথ মাল্লা থক‍া জীপ গাড়ীত খুন্দিয়াই কনভয়তে থকা তেওঁৰ নিজ‍া স্কৰপিঅ’ গাড়ীয়ে। 

news18assam
Updated:June 11, 2019, 6:19 PM IST
কৃপানাথ মাল্লাৰ বাহনক খুন্দিয়াই খোদ কনভয়ৰ গাড়ীয়ে
ৰোডশ্ব’ চলি থকা অবস্থাত কৃপানাথ মাল্লা থক‍া জীপ গাড়ীত খুন্দিয়াই কনভয়তে থকা তেওঁৰ নিজ‍া স্কৰপিঅ’ গাড়ীয়ে। 
news18assam
Updated: June 11, 2019, 6:19 PM IST
হাইলাকান্দিত সাংসদ কৃপানাথ মাল্লাৰ ৰোডশ্ব’ৰ মাজতে দুৰ্ঘটনা। ৰোডশ্ব’ চলি থকা অবস্থাত কৃপানাথ মাল্লা থক‍া জীপ গাড়ীত খুন্দিয়াই কনভয়তে থকা তেওঁৰ নিজ‍া স্কৰপিঅ’ গাড়ীয়ে। ১৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কৃষ্ণপুৰ অঞ্চলত সংঘটিত হৈছে এই দুৰ্ঘটনা। ৰোডশ্ব’ চলা অবস্থাত কৃপানাথ মল্লাহ থক‍া জিপ গাড়ীত খুন্দিয়ায় কনভয়তে থকা তেওঁৰ নিজ‍া স্কৰপিও গাড়ীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি