
ইয়াৰ উপৰি আপুনি আবেদনো কৰিব পাৰে। ১৬ নৱেম্বৰ ২০২০লৈ আবেদন পত্ৰ দাখিল কৰিব পাৰিব।
ইয়াৰ উপৰি আপুনি আবেদনো কৰিব পাৰে। ১৬ নৱেম্বৰ ২০২০লৈ আবেদন পত্ৰ দাখিল কৰিব পাৰিব।
আপোনাৰ নামটো ভোটাৰ তালিকাত পঞ্জীয়ন বা বিৱৰণীৰ শুধৰণিৰ বাবে কি কৰিব। যদিহে কোনো লোকে ভোটাৰ তালিকাত নাম পঞ্জীয়ন বা বিৱৰণীৰ শুধৰণি কৰিব বিচাৰে তেন্তে চিন্তাৰ কাৰণ নাই। সহজতে আপুনি কৰিব পাৰিব এই কাম।
ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই এই সন্দৰ্ভত টুইটাৰযোগে আগবঢ়াইছে পৰামৰ্শ। আপোনাৰ নামটো ভোটাৰ তালিকাত পঞ্জীয়ন বা কোনো বিৱৰণিৰ শুধৰণিৰ বাবে মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত অৱস্থিত ৰাজ্যিক যোগাযোগ কেন্দ্ৰৰ বিনামূলীয়া হেল্পলাইন নম্বৰলৈ ফোন কৰক। বিনামূলীয়া হেল্পলাইন নম্বৰ হ’ল – ১৮০০৩৪৫১৯৪৭ আৰু ০৩৬১২৭২৪১০০।
ইয়াৰ উপৰি আপুনি আবেদনো কৰিব পাৰে। ১৬ নৱেম্বৰ ২০২০লৈ আবেদন পত্ৰ দাখিল কৰিব পাৰিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|