অখিল গগৈৰ মুক্তি আৰু ‘কা’ বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৪৮ ঘণ্টীয়া অনশন। নিয়া গোচৰত গ্ৰেপ্তাৰ হৈ জামিন লাভ কৰা অখিল গগৈৰ তিনি সতীৰ্থ ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ অনশন। উৰুকাৰ দিনা একো নখোৱাকৈ অনশনত বহিছে তিনি নেতাই।