উৰুকাৰ দিনাই অখিল গগৈৰ মুক্তি, CAA বাতিলৰ দাবীত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ অনশন

News18 Assam | News18-Assam
Updated:January 13, 2021, 4:18 PM IST
উৰুকাৰ দিনাই অখিল গগৈৰ মুক্তি, CAA বাতিলৰ দাবীত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ অনশন
উৰুকাৰ দিনা একো নখোৱাকৈ অনশনত বহিছে তিনি নেতাই।

উৰুকাৰ দিনা একো নখোৱাকৈ অনশনত বহিছে তিনি নেতাই।

  • Share this:
অখিল গগৈৰ মুক্তি আৰু ‘কা’ বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৪৮ ঘণ্টীয়া অনশন। নিয়া গোচৰত গ্ৰেপ্তাৰ হৈ জামিন লাভ কৰা অখিল গগৈৰ তিনি সতীৰ্থ ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ অনশন। উৰুকাৰ দিনা একো নখোৱাকৈ অনশনত বহিছে তিনি নেতাই।
Published by: Sanjay Kumar Das
First published: January 13, 2021, 4:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading