உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নগাঁৱত বানপীড়িত ৰাইজৰ বাবে কঠিয়া সিঁচিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। ৰাইজৰ মাজত বিতৰণ কৰিব কঠীয়া।

    নগাঁৱত বানপীড়িত ৰাইজৰ বাবে কঠিয়া সিঁচিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। ৰাইজৰ মাজত বিতৰণ কৰিব কঠীয়া।

    স্থানীয় ৰাইজে প্ৰদান কৰা ধানৰ বীজৰে প্ৰথম পৰ্যায়ত প্ৰায় ১০ বিঘা মাটিত কঠীয়া সিঁচিলে KMSSএ।

    স্থানীয় ৰাইজে প্ৰদান কৰা ধানৰ বীজৰে প্ৰথম পৰ্যায়ত প্ৰায় ১০ বিঘা মাটিত কঠীয়া সিঁচিলে KMSSএ।

    স্থানীয় ৰাইজে প্ৰদান কৰা ধানৰ বীজৰে প্ৰথম পৰ্যায়ত প্ৰায় ১০ বিঘা মাটিত কঠীয়া সিঁচিলে KMSSএ।

    • Share this:
    এক সুন্দৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে নগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে ৷  মঙ্গলবাৰে নগাঁৱৰ  কৃষ্ণাইঘাটত বানপীড়িত ৰাইজৰ বাবে কঠিয়া সিঁচিলে
    কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে কৃষ্ণাইখাটৰ  ৰাইজে।

    বানপিড়ীত অঞ্চলত কৃষক সকলে বানপানীৰ পিছত খেতি কৰিবলৈ সুবিধা হোৱাকৈ কৃষক ৰাইজৰ মাজত কঠীয়া বিতৰণ কৰিবৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলৰ লগতে স্থানীয় ৰাইজে।

    স্থানীয় ৰাইজে প্ৰদান কৰা ধানৰ বীজেৰে প্ৰথম পৰ্যায়ত প্ৰায় ১০ বিঘা মাটিত কঠীয়া সিঁচিলে ৰাইজে। পৰৱৰ্তী সময়তো কৃষ্ণাইখাটৰ বিভিন্ন পথাৰত বানপিড়ীত ৰাইজৰ সুবিধাৰ অৰ্থে কঠীয়া সিঁচাৰ ব্যৱস্থা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিয়ে।
    Published by:Manjumoni Borah
    First published: