বিজেপি চৰকাৰক কৃষকবিৰোধী বুলি অভিহিত কৰি কৃষক মুক্তিৰ প্ৰতিবাদকাৰীসকলে কৃষকৰসকলৰ পাপ্য আদায়ৰ দাবীত আন্দোলন অধিক তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিয়ে।

কেন্দ্ৰীয় চৰকাৰৰ সংশোধিত কৃষি আইন প্ৰত্যাহাৰৰ দাবীত ধেমাজিত কৃষক মুক্তিৰ প্ৰতিবাদ৷ ধেমাজিত শতাধিক কৃষক মুক্তিৰ অৱস্থান ধৰ্মঘট৷ EIA বাতিল কৰা, কৃষকক উৎপাদিত ফচলৰ প্ৰকৃত মূল্য প্ৰদান কৰাৰ দাবী কৃষক মুক্তিৰ৷
বিজেপি চৰকাৰক কৃষকবিৰোধী বুলি অভিহিত কৰি কৃষক মুক্তিৰ প্ৰতিবাদকাৰীসকলে কৃষকৰসকলৰ পাপ্য আদায়ৰ দাবীত আন্দোলন অধিক তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|