உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অখিল গগৈৰ মুক্তিৰ দাবীত চানমাৰিত প্ৰতিবাদ সাব্যস্ত কৃষক মুক্তিৰ

    অখিল গগৈৰ মুক্তিৰ দাবীত চানমাৰিত প্ৰতিবাদ সাব্যস্ত কৃষক মুক্তিৰ

    প্ৰায় ৮ মাহ ধৰি কাৰাগাৰত আবদ্ধ হৈ থকা নেতাগৰাকীৰ অচিৰেই মুক্তিৰ দাবী প্ৰতিবাদকাৰীৰ৷

    প্ৰায় ৮ মাহ ধৰি কাৰাগাৰত আবদ্ধ হৈ থকা নেতাগৰাকীৰ অচিৰেই মুক্তিৰ দাবী প্ৰতিবাদকাৰীৰ৷

    প্ৰায় ৮ মাহ ধৰি কাৰাগাৰত আবদ্ধ হৈ থকা নেতাগৰাকীৰ অচিৰেই মুক্তিৰ দাবী প্ৰতিবাদকাৰীৰ৷

    • Share this:
    কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ কৃষক মুক্তিৰ৷ সংগঠনটোৰ প্ৰায় অৰ্ধশতাধিক সদস্যই মঙলবাৰে সাব্যস্ত কৰে প্ৰতিবাদ৷ প্ৰায় ৮ মাহ ধৰি কাৰাগাৰত আবদ্ধ হৈ থকা নেতাগৰাকীৰ অচিৰেই মুক্তিৰ দাবী প্ৰতিবাদকাৰীৰ৷ চৰকাৰী যন্ত্ৰই গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰি এটাৰ পিছত আনটো গোচৰ জাপি দিয়াৰ অভিযোগ প্ৰতিবাদকাৰীৰ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অখিল গগৈয়ে কৰা প্ৰতিবাদত থৰকাছুটি হেৰুৱাইচিল চৰকাৰে যাৰ ফলত এটাৰ পিছত আনটো গোচৰ জাপি দিয়াৰ অভিযোগ। চৰকাৰী যন্ত্ৰক ধিক্কাৰ অখিল বাহিনীৰ৷ চানমাৰিৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰা সংগঠনটোৰ প্ৰতিবাদক অগণতান্ত্ৰিক আখ্যা দি প্ৰশাসনে আটক কৰে আটাইকেইগৰাকী সদস্যক৷
    Published by:Sanjay Kumar Das
    First published: