உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বৰপেটাৰ ভেল্লাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পথ অৱৰোধ কৰি প্ৰতিবাদ

    বৰপেটাৰ ভেল্লাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পথ অৱৰোধ কৰি প্ৰতিবাদ

    অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়া, ভেল্লা অঞ্চলত বিদ্যুতৰ যোগান নিয়মীয়া কৰাৰ দাবীত পথ অৱৰোধ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷

    • Share this:

    বৰপেটাৰ ভেল্লাত KMSSৰ পথ অবৰোধ৷ পথ অৱৰোধৰ ফলত ব্যাপক যানজঁটৰ সৃষ্টি হয় ৰাজপথত৷ ভেল্লা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বৰপেটা-দৌলাশাল-হাজো-গুৱাহাটী পথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ৷

    অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়া, ভেল্লা অঞ্চলত বিদ্যুতৰ যোগান নিয়মীয়া কৰাৰ দাবীত পথ অৱৰোধ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷

    অঞ্চলটোত দিনটোৰ দুঘণ্টাও বিদ্যুৎ যোগান নোপোৱাৰ অভিযোগ৷ অনিয়মীয়া বিদ্যুৎ যোগানৰ ফলত অঞ্চলটোৰ ছাত্ৰ–ছাত্ৰী, ব্যৱসায়ীসকল ক্ষতিগ্ৰস্থ হোৱাৰ অভিযোগ৷
    আনহাতে, দীৰ্ঘদিন কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈক মুক্তিৰো দাবী তোলে প্ৰতিবাদকাৰীয়ে৷

    ভেল্লা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দ্বাৰা আয়োজিত এই প্ৰতিবাদী পথ অৱৰোধ কাৰ্যসূচীত অবশ্যে দেখা নগ'ল বৰপেটা আৰক্ষীক৷ যাৰ ফলত দীৰ্ঘসময় ধৰি পথৰ দুয়োকাষে যান–বাহন আবদ্ধ হৈ পৰাৰ ফলত দূৰ্ভোগ ভোগে পথচাৰীসকলে৷
    Published by:Sanjay Kumar Das
    First published: