• Home
  • »
  • News
  • »
  • assam
  • »
  • অখিল গগৈক যোৰহাটৰ পৰা শ্বিলঙলৈ প্ৰেৰণ, শ্বিলঙৰ পৰা নিয়া হ’ব দিল্লীলৈ

অখিল গগৈক যোৰহাটৰ পৰা শ্বিলঙলৈ প্ৰেৰণ, শ্বিলঙৰ পৰা নিয়া হ’ব দিল্লীলৈ

শনিবাৰে অখিলক মাওবাদী সজাই NIA–এ ৰুজু কৰিছিল গোচৰ।

শনিবাৰে অখিলক মাওবাদী সজাই NIA–এ ৰুজু কৰিছিল গোচৰ।

শনিবাৰে অখিলক মাওবাদী সজাই NIA–এ ৰুজু কৰিছিল গোচৰ।

  • Share this:
কৃষক নেতা অখিল গগৈক যোৰহাটৰ পৰা শ্বিলঙলৈ প্ৰেৰণ। পুৱা ৯.৪৫ বজাত শ্বিলঙলৈ প্ৰেৰণ কৰা হৈছে কৃষক নেতাজনক। আজি শ্বিলঙতে ৰখা হ’ব অখিলক। শ্বিলঙৰ পৰা নিয়া হ’ব দিল্লীলৈ। বিশেষ হেলিকপ্টাৰযোগে NIAৰ দলে শ্বিলঙলৈ নিলে অখিল গগৈক।

উল্লেখযোগ্য যে শনিবাৰে অখিলক মাওবাদী সজাই NIA–এ ৰুজু কৰিছিল গোচৰ। ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত NIA–এ গ্ৰেপ্তাৰ কৰিছিল অখিল গগৈক। অখিল গগৈৰ বিৰুদ্ধে জাপি দিয়া হৈছিল বে–আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ধাৰা। NIAৰ FIRত অখিল গগৈক CPI (মাওবাদী)ৰ অভাৰগ্ৰাউণ্ড নেতা অখিল বুলি উল্লেখ কৰা হৈছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি