মুখ্যপৃষ্ঠা » খবৰ

» অসম

»অখিল গগৈ হ’ব মুখ্য ৰাজ্যিক আহ্বায়ক! কৃষক মুক্তি, বীৰ লাচিত সেনাই গঠন কৰিলে ‘ৰাইজৰ দল’

অখিল গগৈ হ’ব মুখ্য ৰাজ্যিক আহ্বায়ক! কৃষক মুক্তি, বীৰ লাচিত সেনাই গঠন কৰিলে ‘ৰাইজৰ দল’

News18 Assam | News18-Assam
Updated:October 2, 2020, 1:29 PM IST
অখিল গগৈ হ’ব মুখ্য ৰাজ্যিক আহ্বায়ক! কৃষক মুক্তি, বীৰ লাচিত সেনাই গঠন কৰিলে ‘ৰাইজৰ দল’
‘ৰাইজেই ৰজা,  ৰাইজক বচাব কোনে? ৰাইজে’ শ্লোগানেৰে জন্ম হ’ল নতুন ৰাজনৈতিক দল।

‘ৰাইজেই ৰজা,  ৰাইজক বচাব কোনে? ৰাইজে’ শ্লোগানেৰে জন্ম হ’ল নতুন ৰাজনৈতিক দল।

  • Share this:
‘ৰাইজেই ৰজা,  ৰাইজক বচাব কোনে? ৰাইজে’ শ্লোগানেৰে ৰাজ্যত নতুনকৈ আত্মপ্ৰকাশ কৰিলে এটা নতুন ৰাজনৈতিক দলে। কৃষক মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা আৰু ৭০টা জাতীয় সংগঠনৰ সহযোগত গঠন হোৱা নতুন ৰাজনৈতিক দলটোৰ নাম হ’ল ‘ৰাইজৰ দল’। ৰাজনৈতিক দলটোত যোগ দিবৰ বাবে ইতিমধ্যে কৃষক মুক্তিৰ পৰা পদত্যাগ কৰিছে ভাস্কো ডি শইকীয়া, হুছেইন মহম্মদ চাহজাহান, অনিল বড়ো, ছাত্ৰ মুক্তিৰ আশ্ৰাফল হুছেইন সহ বহু নেতা-কৰ্মীয়ে।

নতুন ৰাজনৈতিক দলৰ উপদেষ্টা কমিটী- 

হীৰেণ গোহাঁই, নগেন শইকীযা, জাহ্ণ বৰুৱা, উদয়াদিত্য ভৰালী, আবু চৈয়দ আহমেদ, পৃথ্বিৰাজ ৰাভা, সঞ্জয় কুমাৰ তাঁতী, হাচিফ ৰচিদ আহমেদ চৌধুৰী, নাৰায়ণ শৰ্মা, সীতা নাথ লহকৰ, জে পি দাস, ঘণশ্যাম নাথ, সৈত্যন্দ্ৰ নাথ ডেকা, অৰুণ গগৈ, সুবিত্ৰা হাজৰিকা।

আহ্বায়ক -

ৰাজু বৰুৱা, দেৱজিৎ গগৈ, মহেন্দ্ৰ দিহিঙীয়া, ৰুবুল গগৈ, জিতুল ডেকা, ৰুবুল দাস, মৃদুল কুমাৰ সন্দিকৈ, সুৰেণ ডেকা, আনোৱাৰ হুছেইন, দিব্যজ্যোতি শৰ্মা, পৱন ৰাজ কোঁৱৰ, সদানন্দ দাস, মহম্মদ চাহজাহন আলী, মাজাৰ ভূঞা, সুব্ৰত চক্ৰৱৰ্তী, আশ্ৰফুল ইছলাম, ৰবি শইকীয়া চুতীয়া, দিগন্ত চাংমাই, দিপক তাঁতী, অনুপ জ্যোতি শইকীয়া, ললিত চেতীয়া।

মুখ্য ৰাজ্যিক আহ্বায়ক -

অখিল গগৈ, ভাস্কো ডি শইকীয়া, লোহিত গগৈ, মহেন্দ্ৰ দিহিঙীয়া, অলোক নাথ, হুছেইন মহম্মদ চাহজাহান, জিতুল ডেকা, ৰত্নেশ্বৰ দেউৰী, গিৰি শংকৰ গোস্বামী, ৰুবুল দাস,

সমন্বয় ৰক্ষী সমিতি - অলোক নাথ, দেবজিৎ দত্ত, ৰাজু বৰা, ধৈৰ্য্য কোঁৱৰ, অংকুৰণ দত্ত, ধ্ৰুৱ জ্যোতি ভৰালী।
Published by: Himangshu Bhuyan
First published: October 2, 2020, 1:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি