মুখ্যপৃষ্ঠা »খবৰ »অসম »Kirtikamal Bora Bail: কীৰ্তিকমল বৰাই লাভ কৰিলে অন্তৰ্ৱতীকালীন জামিন

Kirtikamal Bora Bail: কীৰ্তিকমল বৰাই লাভ কৰিলে অন্তৰ্ৱতীকালীন জামিন

Kirtikamal Bora Bail: নগাঁও জিলা বিশেষ ন্যয়াধীশৰ আদালতে আজি মঞ্জুৰ কৰিলে অন্তৰ্ৱতীকালীন জামিন।

Kirtikamal Bora Bail: নগাঁও জিলা বিশেষ ন্যয়াধীশৰ আদালতে আজি মঞ্জুৰ কৰিলে অন্তৰ্ৱতীকালীন জামিন।

Kirtikamal Bora Bail: নগাঁও জিলা বিশেষ ন্যয়াধীশৰ আদালতে আজি মঞ্জুৰ কৰিলে অন্তৰ্ৱতীকালীন জামিন।

  • Share this:
নগাওঁ এনকাউণ্টাৰৰ ভুক্তভোগী কীৰ্তিকমল বৰাই লাভ কৰিলে অন্তৰ্ৱতীকালীন জামিন।

SI প্ৰদীপ বণিয়াৰ এজাহাৰৰ ভিত্তিত 130/22 নম্বৰত নগাঁও সদৰ আৰক্ষী থানাত কীৰ্তিকমলৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ।

নগাঁও জিলা বিশেষ ন্যয়াধীশৰ আদালতে আজি মঞ্জুৰ কৰিলে অন্তৰ্ৱতীকালীন জামিন।

অহা ১৯ ফেব্ৰুৱাৰীলৈকে ম্যাদ থাকিব এই জামিনৰ।

আনহাতে ১৯ ফেব্ৰুৱাৰীৰ ভিতৰত গোচৰৰ কেছডায়েৰী দাখিলৰ নিৰ্দেশ নগাওঁ আৰক্ষীক।

শেহতীয়া বাতৰি