তিনিচুকীয়াৰ শংকৰ বাগিচাৰ অপহৃত কৰ্মচাৰীৰ পৰিয়াললৈ আলফা(স্বাঃ)ৰ ফোন, ফোনত কি ক’লে আলফা(স্বাঃ)ই?

চাহ উদ্যোগী সুধীৰ কুমাৰ লোহিয়াই অপহৃত গৌৰাংগ চন্দ্ৰ দেবক মুক্তি সন্দৰ্ভত যোগাযোগ নকৰাৰ কথাও স্পষ্ট কৰিলে আলফা স্বাধীনে।

News18-Assam
Updated:October 22, 2019, 5:50 PM IST
তিনিচুকীয়াৰ শংকৰ বাগিচাৰ অপহৃত কৰ্মচাৰীৰ পৰিয়াললৈ আলফা(স্বাঃ)ৰ ফোন, ফোনত কি ক’লে আলফা(স্বাঃ)ই?
চাহ উদ্যোগী সুধীৰ কুমাৰ লোহিয়াই অপহৃত গৌৰাংগ চন্দ্ৰ দেবক মুক্তি সন্দৰ্ভত যোগাযোগ নকৰাৰ কথাও স্পষ্ট কৰিলে আলফা স্বাধীনে।
News18-Assam
Updated: October 22, 2019, 5:50 PM IST
তিনিচুকীয়া জিলাৰ ধলাৰ শংকৰ চাহ বাগিচাৰ অপহৃত কৰ্মচাৰী গৌৰাংগ চন্দ্ৰ দেবৰ পৰিয়ালৰ সদস্যক আলফা(স্বাঃ) টেলিফোন। আলফা(স্বাঃ)ৰ সদস্যই টেলিফোনযোগে গৌৰাংগ চন্দ্ৰ দেবৰ শেহতীয়া স্থিতিৰ বিষয়ে অৱগত কৰিলে দুৰ্ভগীয়া পৰিয়ালটোক। গৌৰাংগ চন্দ্ৰ দেবক সম্পূৰ্ণ সুস্থ অৱস্থাত ৰখা বুলি আলফা স্বাধীনে টেলিফোনত অপহৃতৰ কন্যাক জনায়।

চাহ উদ্যোগী সুধীৰ কুমাৰ লোহিয়াই অপহৃত গৌৰাংগ চন্দ্ৰ দেবক মুক্তি সন্দৰ্ভত যোগাযোগ নকৰাৰ কথাও স্পষ্ট কৰিলে আলফা স্বাধীনে। সুধীৰ কুমাৰ লোহিয়াই আৰক্ষী–প্ৰশাসনক সহযোগ নকৰা বুলিও অভিযোগ উঠিছে৷ ১১ অক্টোবৰত আলফা স্বাধীনে অপহৰণ কৰিছিল গৌৰাংগ চন্দ্ৰ দেবক।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি