তিনিচুকীয়াৰ ধলাৰ শংকৰ চাহ বাগিচাত অপহৰণ কাণ্ড, আলফা স্বাধীন জড়িত থকাৰ সন্দেহ

অপহৰণ কাণ্ডৰ ফলত বাগিচাখনত তীব্ৰ উত্তেজনাই বিৰাজ কৰা দেখা গৈছে

News18-Assam
Updated:October 11, 2019, 9:03 PM IST
তিনিচুকীয়াৰ ধলাৰ শংকৰ চাহ বাগিচাত অপহৰণ কাণ্ড, আলফা স্বাধীন জড়িত থকাৰ সন্দেহ
অপহৰণ কাণ্ডৰ ফলত বাগিচাখনত তীব্ৰ উত্তেজনাই বিৰাজ কৰা দেখা গৈছে
News18-Assam
Updated: October 11, 2019, 9:03 PM IST
তিনিচুকীয়াৰ ধলাৰ শংকৰ চাহ বাগিচাত অপহৰণ কাণ্ড। বাগিচাখনৰ এগৰাকী কৰ্মচাৰীক অপহৰণ কৰে অচিনাক্ত যুৱকৰ দলে। বাগিচাখনৰ কৰ্মচাৰী গৌৰাংগ দেৱক আলফা স্বাধীনে অপহৰণ কৰাৰ সন্দেহ। কৰ্মচাৰীজনৰ উদ্ধাৰৰ বাবে সেনা আৰক্ষীৰ যুটীয়া অভিযান। বাগানৰ পৰা কৰ্মচাৰীজনক অপহৰণ কৰে অস্ত্ৰধাৰী যুৱকৰ দলে। অপহৰণ কাণ্ডৰ ফলত বাগিচাখনত তীব্ৰ উত্তেজনাই বিৰাজ কৰা দেখা গৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি