মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Floods : মধ্য অসমৰ বান পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা, কাৰ্বি-লাংপি জলবিদ্যুৎ প্ৰকল্পই খুলি দিলে ৪খনকৈ গেট

Assam Floods : মধ্য অসমৰ বান পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা, কাৰ্বি-লাংপি জলবিদ্যুৎ প্ৰকল্পই খুলি দিলে ৪খনকৈ গেট

ফেনে-ফোটোকাৰে উফন্দি উঠিছে বৰপানী নৈ। নৈপৰীয়া ৰাইজক সাৱধান হোৱাৰ আহ্বান।

ফেনে-ফোটোকাৰে উফন্দি উঠিছে বৰপানী নৈ। নৈপৰীয়া ৰাইজক সাৱধান হোৱাৰ আহ্বান।

ফেনে-ফোটোকাৰে উফন্দি উঠিছে বৰপানী নৈ। নৈপৰীয়া ৰাইজক সাৱধান হোৱাৰ আহ্বান।

  • Share this:
মধ্য অসমৰ বান পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা। এইবাৰ কাৰ্বি-লাংপি জলবিদ্যুৎ প্ৰকল্পই খুলি দিলে ৪খনকৈ গেট। নেৰেনেপেৰা বৰষুণৰ বাবে ৰিজাৰ্ভাৰৰ বহন ক্ষমতাতকৈ অধিক পানী এৰি দিছে কৰ্তৃপক্ষই। ফেনে-ফোটোকাৰে উফন্দি উঠিছে বৰপানী নৈ। নৈপৰীয়া ৰাইজক সাৱধান হোৱাৰ আহ্বান।

শেহতীয়া বাতৰি