কাৰ্বি আংলঙত আকৌ গণহত্যা, এইবাৰ মৰিয়াই মৰিয়াই হত্যা ভণ্ড কবিৰাজক

News18-Assam
Updated:July 4, 2019, 5:28 PM IST
কাৰ্বি আংলঙত আকৌ গণহত্যা, এইবাৰ মৰিয়াই মৰিয়াই হত্যা ভণ্ড কবিৰাজক
দুগৰাকী যুৱতীক বলাত্কাৰৰ অভিযোগ কবিৰাজৰ বিৰুদ্ধে

দুগৰাকী যুৱতীক বলাত্কাৰৰ অভিযোগ কবিৰাজৰ বিৰুদ্ধে

  • Share this:
আকৌ এবাৰ যেন অশান্ত হৈছে কাৰ্বি আংলং। পশ্চিম কাৰ্বি আংলঙত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এগৰাকী কবিৰাজক বলৎকাৰ কৰাৰ অভিযোগত মৰিয়াই মৰিয়াই হত্যা কৰে একাংশ উত্তেজিত ৰাইজে। চকু চিকিৎসা কৰাৰ নামত দুগৰাকী যুৱতীক বলৎকাৰ কৰাৰ অভিযোগ কবিৰাজ জনৰ বিৰুদ্ধে। পশ্চিম কাৰ্বি আংলঙৰ চিটয় আদঙত সংঘটিত হৈছে এই ঘটনা। মৃত কবিৰাজজনৰ নাম হুছেইন আলী বুলি চিনাক্ত কৰা হৈছে।
First published: July 4, 2019, 5:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি