
১৭ নৱেম্বৰত উপস্থিত থাকিব কণ্ঠশিল্পী সুনিধি চৌহান ,ঋতু ৰিবা, শক্তি কাপুৰসহ বহু তাৰকা।
১৭ নৱেম্বৰত উপস্থিত থাকিব কণ্ঠশিল্পী সুনিধি চৌহান ,ঋতু ৰিবা, শক্তি কাপুৰসহ বহু তাৰকা।
কাৰ্বি আংলঙত দুদিন বন্ধ ঘোষণা। ৭১তম কাৰ্বি আংলং জিলা দিৱসৰ বাবে এই বন্ধ ঘোষণা কৰা হৈছে।
১৬ আৰু ১৭ নৱেম্বৰত বন্ধ থাকিব সকলো চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান। কাৰ্বি আংলং দিৱস উপলক্ষে ১৭ নৱেম্বৰত উপস্থিত থাকিব কণ্ঠশিল্পী সুনিধি চৌহান ,ঋতু ৰিবা, শক্তি কাপুৰসহ বহু তাৰকা।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|