• Home
  • »
  • News
  • »
  • assam
  • »
  • Karbi Anglong : ১৬ আৰু ১৭ নৱেম্বৰত বন্ধ কাৰ্বি আংলং, বন্ধ থাকিব চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান

Karbi Anglong : ১৬ আৰু ১৭ নৱেম্বৰত বন্ধ কাৰ্বি আংলং, বন্ধ থাকিব চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান

১৭ নৱেম্বৰত উপস্থিত থাকিব কণ্ঠশিল্পী সুনিধি চৌহান ,ঋতু ৰিবা, শক্তি কাপুৰসহ বহু তাৰকা।

১৭ নৱেম্বৰত উপস্থিত থাকিব কণ্ঠশিল্পী সুনিধি চৌহান ,ঋতু ৰিবা, শক্তি কাপুৰসহ বহু তাৰকা।

১৭ নৱেম্বৰত উপস্থিত থাকিব কণ্ঠশিল্পী সুনিধি চৌহান ,ঋতু ৰিবা, শক্তি কাপুৰসহ বহু তাৰকা।

  • Share this:
কাৰ্বি আংলঙত দুদিন বন্ধ ঘোষণা। ৭১তম কাৰ্বি আংলং জিলা দিৱসৰ বাবে এই বন্ধ ঘোষণা কৰা হৈছে।

১৬ আৰু ১৭ নৱেম্বৰত বন্ধ থাকিব সকলো চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান। কাৰ্বি আংলং দিৱস উপলক্ষে ১৭ নৱেম্বৰত উপস্থিত থাকিব কণ্ঠশিল্পী সুনিধি চৌহান ,ঋতু ৰিবা, শক্তি কাপুৰসহ বহু তাৰকা।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি