உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা, কেতিয়া হ’ব নিৰ্বাচন?

    কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা, কেতিয়া হ’ব নিৰ্বাচন?

    পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা ভোটদান চলিব আবেলি ৪ বাজি ৩০ মিনিটলৈ।

    পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা ভোটদান চলিব আবেলি ৪ বাজি ৩০ মিনিটলৈ।

    পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা ভোটদান চলিব আবেলি ৪ বাজি ৩০ মিনিটলৈ।

    • Share this:
    কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা। ২৬টা সমষ্টিত অনুষ্ঠিত হ’ব নিৰ্বাচন। ৮ জুনত অনুষ্ঠিত হ’ব কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন।

    পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা ভোটদান চলিব আবেলি ৪ বাজি ৩০ মিনিটলৈ। কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুঠ ভোটাৰ ৭ লাখ ৩ হাজাৰ ৯৮জন। মুঠ ৯০৬টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। ১২ জুনত হ’ব ভোটগণনা।
    Published by:Sanjay Kumar Das
    First published: