• Home
  • »
  • News
  • »
  • assam
  • »
  • KAAC Election | আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা

KAAC Election | আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা

ভোটগণনাক লৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰতিটো ৰাজনৈতিক দলৰ লগতে প্ৰাৰ্থীসকলৰ মাজত বিৰাজ কৰিছে তীব্ৰ উৎকণ্ঠা।

  • Share this:
আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা। পুৱা ৭ বজাৰ পৰা সুকলমে চলি আছে ভোটগণনা প্ৰক্ৰিয়া। ৮ জুনত অনুষ্ঠিত হৈছিল কাৰ্বি পৰিষদীয় নিৰ্বাচন। কটকটীয়া নিৰাপত্তাৰ মাজেৰে চলি আছে ভোটগণনা। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ২৬টা সমষ্টিৰ বাবে ৮ জুনত অনুষ্ঠিত হৈছিল নিৰ্বাচন। বেলট পেপাৰত ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হোৱা বাবে ভোটগণনা কিছু পলম হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।

ভোটগণনাক লৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰতিটো ৰাজনৈতিক দলৰ লগতে প্ৰাৰ্থীসকলৰ মাজত বিৰাজ কৰিছে তীব্ৰ উৎকণ্ঠা।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি