দুৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতে কাৰ্বি পাহাৰত গ্ৰেণেড নিক্ষেপ দুৰ্বৃত্তৰ

মানজাৰ কালী মন্দিৰৰ সমীপত এই ঘটনা

News18-Assam
Updated:October 3, 2019, 7:27 PM IST
দুৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতে কাৰ্বি পাহাৰত গ্ৰেণেড নিক্ষেপ দুৰ্বৃত্তৰ
Source-Google
News18-Assam
Updated: October 3, 2019, 7:27 PM IST
ৰাজ্যত এতিয়া উৎসৱৰ বতৰ। কাইলৈ ষষ্ঠী। দুৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতে কাৰ্বি পাহাৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। কাৰ্বি পাহাৰৰ মানজা ত গ্ৰেণেড নিক্ষেপ অজ্ঞাত দুৰ্বৃত্তৰ। সৌভাগ্য ক্ৰমে বিস্ফোৰিত নহ'ল গ্ৰেণেডটো। মানজাৰ কালী মন্দিৰৰ সমীপত এই ঘটনা।ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী।
আৰু চাওক পৰৱৰ্তী বাতৰি