• Home
  • »
  • News
  • »
  • assam
  • »
  • বিহুৰ মাজতেই কামৰূপ আৰক্ষীৰ বৃহৎ সফলতা ! মণিপুৰৰ পৰা অহা প্ৰায় ৪২ কোটি টকাৰ ড্ৰাগছ জব্দ মেঘালয় সীমান্তত ...

বিহুৰ মাজতেই কামৰূপ আৰক্ষীৰ বৃহৎ সফলতা ! মণিপুৰৰ পৰা অহা প্ৰায় ৪২ কোটি টকাৰ ড্ৰাগছ জব্দ মেঘালয় সীমান্তত ...

বিহুৰ মাজতেই  কামৰূপ আৰক্ষীৰ বৃহৎ সফলতা । মণিপুৰৰ পৰা অহা প্ৰায় ৪২ কোটি টকাৰ ড্ৰাগছ জব্দ মেঘালয় সীমান্তত । মণিপুৰৰ ফেৰো খান, ইলিয়াছ খান আৰু কোছবিহাৰৰ চাদ্দাম ওৰফে চামিনুল হকক গ্ৰেপ্তাৰ।

  • Share this:
বিহুৰ মাজতেই  কামৰূপ আৰক্ষীৰ বৃহৎ সফলতা। অসম মণিপুৰ জিৰিঘাট অঞ্চলৰ পৰা জব্দ কৰিলে বৃহৎ পৰিমাণৰ ড্ৰাগছ । প্ৰায় ৪২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিলে কামৰূপ আৰক্ষীয়ে । আধাকেজি হেৰোইন আৰু ডেৰ লাখ টেবলেট জব্দ কৰিবলৈ সক্ষম হয় ।

জব্দ হোৱা হেৰোইনৰ বজাৰ মূল্যৰ প্ৰায় 4 কোটি  আৰু 38 কোটি টকাৰ য়াবা টেবলেট ।  মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত কামৰূপ আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক কল্যাণ পাঠকে এই অভিযান চলাইছিল । ঘটনা সন্দৰ্ভত মণিপুৰৰ ফেৰো খান, ইলিয়াছ খান আৰু কোছবিহাৰৰ চাদ্দাম ওৰফে চামিনুল হকক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে ।MN-07-C-3594নম্বৰৰ এখন ট্ৰাকো জব্দ কৰিলে। কামৰূপ জিলাৰ আৰক্ষী অধিক্ষক হিতেশ চন্দ্ৰ ৰায়ে  পলাশবাৰী থানাত এক সংবাদ মেল অনুষ্ঠিত কৰি সকলো কথা সদৰী কৰে।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি