
সভাত বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপনৰ উদ্দেশ্যে সংশ্লিষ্ট বিষয়াসকলৰ লগত বিভিন্ন বিষয়ে আলোচনা মহানগৰ জিলাৰ উপায়ুক্তৰ
সভাত বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপনৰ উদ্দেশ্যে সংশ্লিষ্ট বিষয়াসকলৰ লগত বিভিন্ন বিষয়ে আলোচনা মহানগৰ জিলাৰ উপায়ুক্তৰ
বীৰ লাচিত বৰফুকনৰ আগন্তুক ৪০০ বছৰীয়া জয়ন্তী উদযাপনৰ বিষয়ে আলোচনা কৰিবলৈ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝায়ে আজি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন অনুষ্ঠিত কৰে। কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত, মহকুমাধিপতি (সদৰ) আদিৰ উপস্থিতিত চক্ৰ বিষয়া, মহাবিদ্যালয়ৰ অধ্যক্ষ, প্ৰধান শিক্ষক তথা সংশ্লিষ্ট বিষয়াসকলৰ সৈতে উক্ত সভাখনত অনুষ্ঠিত হয়। সভাত বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী সফলভাৱে উদযাপনৰ উদ্দেশ্যে সংশ্লিষ্ট বিষয়াসকলৰ লগত নিজ নিজ দায়িত্বৰ বিষয়ে সভাত বিতংভাৱে আলোচনা কৰা হয়।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|