দীপাৱলী পালন কৰাৰ আগতে মহানগৰবাসীয়ে জানি লওক প্ৰশাসনৰ এই নিৰ্দেশনা, অন্যথা বিপদ আপোনাৰ

মহানগৰীত নিৰ্দিষ্ট কৰি দিয়া হৈছে ফটকা বিক্ৰীৰ স্থান। অনুমতি নহ’লে বিক্ৰী কৰিব নোৱাৰিব ফটকা।

News18-Assam
Updated:October 25, 2019, 4:11 PM IST
দীপাৱলী পালন কৰাৰ আগতে মহানগৰবাসীয়ে জানি লওক প্ৰশাসনৰ এই নিৰ্দেশনা, অন্যথা বিপদ আপোনাৰ
মহানগৰীত নিৰ্দিষ্ট কৰি দিয়া হৈছে ফটকা বিক্ৰীৰ স্থান। অনুমতি নহ’লে বিক্ৰী কৰিব নোৱাৰিব ফটকা।
News18-Assam
Updated: October 25, 2019, 4:11 PM IST
>> মহানগৰবাসীলৈ মহানগৰ জিলা উপাযুক্তৰ আহ্বান

>> যিমান পাৰে সিমান কমকৈ ফটকা ফুটাওক

>> পৰিবেশ বিনষ্ট হোৱা কোনো কাম নকৰিবলৈ আহ্বান

>> মহানগৰীৰ ২১ স্হানত বিক্ৰী কৰিব পাৰিব ফটকা

>> আৰক্ষী আয়ুক্তৰ অনুমতি অবিহনে ফটকা বিক্ৰী কৰিব নোৱাৰিব

>> কামৰূপ মহানগৰ প্ৰশাসনে গঠন কৰিছে ৫ টা টাক্স ফ’ৰ্চ

>> যি ৫টা ফ’ৰ্চে ২৪ ঘন্টাই কৰিব মহানগৰীৰ বিভিন্ন স্থান

>> নিশা ৮ বজাৰ পৰা ১০ বজাৰ ভিতৰতহে ফুটাব পাৰিব ফটকা

>> দীপাৱলী শব্দৰ উৎসৱ নহয়, পোহৰৰ উৎসৱ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি