• Home
  • »
  • News
  • »
  • assam
  • »
  • জল জীৱন মিছনৰ অধীনত কামৰূপ মহানগৰত চলি থকা কাম-কাজৰ পৰ্যালোচনা সন্দৰ্ভত জিলা উপায়ুক্তৰ গুৰুত্বপূৰ্ণ বৈঠক

জল জীৱন মিছনৰ অধীনত কামৰূপ মহানগৰত চলি থকা কাম-কাজৰ পৰ্যালোচনা সন্দৰ্ভত জিলা উপায়ুক্তৰ গুৰুত্বপূৰ্ণ বৈঠক

কামৰূপ জিলা উপায়ুক্তগৰাকীয়ে এই সভাত জল জীৱন মিছনৰ অধীনত চলি থকা বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰে।

কামৰূপ জিলা উপায়ুক্তগৰাকীয়ে এই সভাত জল জীৱন মিছনৰ অধীনত চলি থকা বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰে।

কামৰূপ জিলা উপায়ুক্তগৰাকীয়ে এই সভাত জল জীৱন মিছনৰ অধীনত চলি থকা বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰে।

  • Share this:
কামৰূপ মহানগৰ জিলাত জল জীৱন মিছনৰ অধীনত চলি থকা কাম-কাজৰ সন্দৰ্ভত কৰিবলৈ আজি জিলা উপায়ুক্ত পল্লৱ গোপাল ঝায়ে এক সভা অনুষ্ঠিত কৰে। জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দৰথি সুচিয়াং, অতিৰিক্ত উপায়ুক্ত সুকন্যা বৰাৰ উপস্থিতিত জিলা উপায়ুক্তৰ কাৰ্যালয়ত এই সভাখন অনুষ্ঠিত হয়।

উল্লেখ্য যে, উক্ত সভাত উপায়ুক্তগৰাকীয়ে জল জীৱন মিছনৰ অধীনত চলি থকা বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰে। লগতে সংশ্লিষ্ট বিষয়া-বৰ্গক জনসাধাৰণৰ গৃহত জল যোগানৰ টেপ সংযোগকে ধৰি সকলো কাম-কাজ ক্ষীপ্ৰতাৰে কৰিবলৈ উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে।
Published by:Sehnaz Begum
First published: