দীপাৱলীৰ দিনা গুৱাহাটীত ফটকা বিক্ৰী, ব্যৱহাৰ কৰিব পাৰিবনে? উপায়ুক্তই দিলে জৰুৰী নিৰ্দেশ

Source-Google
অসমবাসীক দীপাৱলীৰ শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- News18 Assam
- Last Updated: November 14, 2020, 9:58 AM IST
ইফালে আজিৰ দিনটোত গুৱাহাটী মহানগৰীত সম্পূৰ্ণ ৰূপে বন্ধ থাকিব ফটকা বিক্ৰী আৰু ব্যৱহাৰ। কোনো লোক ফটকা বিক্ৰী অথবা ফুটাব নোৱাৰিব। এই জৰুৰী নিৰ্দেশনা জাৰি কৰিছে কামৰূপ মহানগৰ জিলাৰ উপাযুক্তই। অই সন্দৰ্ভত উপায়ুক্তগৰাকীয়ে কয় যে, ‘দীপাৱলীত ফটকা নিষিদ্ধ কৰাৰ বাবে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডো জাৰি কৰা নিৰ্দেশেই যথেষ্ট।
জিলা উপাযুক্তই জাননী জাৰি কৰাৰ প্ৰযোজন নাই।’