দীপাৱলীৰ দিনা গুৱাহাটীত ফটকা বিক্ৰী, ব্যৱহাৰ কৰিব পাৰিবনে? উপায়ুক্তই দিলে জৰুৰী নিৰ্দেশ

News18 Assam | News18-Assam
Updated:November 14, 2020, 9:58 AM IST
দীপাৱলীৰ দিনা গুৱাহাটীত ফটকা বিক্ৰী, ব্যৱহাৰ কৰিব পাৰিবনে? উপায়ুক্তই দিলে জৰুৰী নিৰ্দেশ
Source-Google

অসমবাসীক দীপাৱলীৰ শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

  • Share this:
আজি পোহৰৰ উত্‍সৱ দীপাৱলী। দীপাৱলীৰ দিনাই কামাখ্যা গেটত উপস্থিত হ’ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কামাখ্যা গেটত উপস্থিত হৈ মুখ্যমন্ত্ৰী সোণোৱালে ক্ৰয় কৰিলে ২৫শ টকাৰ চাকি-বন্তি। লগতে মুখ্যমন্ত্ৰী সোণোৱালে ৰাজ্যবাসীক দীপাৱলীৰ শুভেচ্ছা জনোৱাৰ লগতে সকলোকে থলুৱা শিল্পীয়ে তৈয়াৰ কৰা চাকি ক্ৰয় কৰিবলৈ আহ্বান জনায়।

ইফালে আজিৰ দিনটোত গুৱাহাটী মহানগৰীত সম্পূৰ্ণ ৰূপে বন্ধ থাকিব ফটকা বিক্ৰী আৰু ব্যৱহাৰ। কোনো লোক ফটকা বিক্ৰী অথবা ফুটাব নোৱাৰিব। এই জৰুৰী নিৰ্দেশনা জাৰি কৰিছে কামৰূপ মহানগৰ জিলাৰ উপাযুক্তই। অই সন্দৰ্ভত উপায়ুক্তগৰাকীয়ে কয় যে, ‘দীপাৱলীত ফটকা নিষিদ্ধ কৰাৰ বাবে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডো জাৰি কৰা নিৰ্দেশেই যথেষ্ট।
জিলা উপাযুক্তই জাননী জাৰি কৰাৰ প্ৰযোজন নাই।’
Published by: Himangshu Bhuyan
First published: November 14, 2020, 9:58 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading