• Home
  • »
  • News
  • »
  • assam
  • »
  • পুনৰ বিদ্যালয়ত Coronaৰ আতংক ! এইবাৰ কামপুৰত বিদ্যালয়ৰ শিক্ষয়িত্ৰী ক'ৰোনাত আক্ৰান্ত হোৱাত বন্ধ হৈ পৰিল পাঠদান ...

পুনৰ বিদ্যালয়ত Coronaৰ আতংক ! এইবাৰ কামপুৰত বিদ্যালয়ৰ শিক্ষয়িত্ৰী ক'ৰোনাত আক্ৰান্ত হোৱাত বন্ধ হৈ পৰিল পাঠদান ...

কামপুৰত পুনৰ ক'ৰোনাতংক ৷ এইবাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী আক্ৰান্ত হৈছে Covidত ৷ শিক্ষয়িত্ৰীগৰাকী কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ ৷

  • Share this:
কামপুৰত পুনৰ ক'ৰোনাতংক ৷ এইবাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী আক্ৰান্ত হৈছে Covidত ৷ শিক্ষয়িত্ৰীগৰাকী কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ ৷

ৰাজ্যত ক'ভিড পৰিস্থিতি কিছু উন্নত হোৱাত শিক্ষা বিভাগে খুলি দিছিল বিদ্যালয়সমূহ ৷ সকলোৱে গ্ৰহন কৰিছে ভেকচিনৰ দুটাকৈ ড'জ ৷ ইফালে কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ শিক্ষয়িত্ৰীগৰাকী ক'ভিডত আক্ৰান্ত হোৱাৰ লগে লগে আজি কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়খনৰ পাঠদান আধাতে বন্ধ কৰি চেনিটাইজৰ ব্যৱস্থা কৰিছে ৷ উল্লেখযোগ্য যে ভেকচিনৰ দুটা ড'জ লোৱাৰ পাছতো ক'ভিডত আক্ৰান্ত হোৱা ঘটনাই শংকিত কৰিছে বিভিন্নজনক ।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Kokil Sarma
First published: