কামপুৰত পুনৰ ক'ৰোনাতংক ৷ এইবাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী আক্ৰান্ত হৈছে Covidত ৷ শিক্ষয়িত্ৰীগৰাকী কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ ৷

ৰাজ্যত ক'ভিড পৰিস্থিতি কিছু উন্নত হোৱাত শিক্ষা বিভাগে খুলি দিছিল বিদ্যালয়সমূহ ৷ সকলোৱে গ্ৰহন কৰিছে ভেকচিনৰ দুটাকৈ ড'জ ৷ ইফালে কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ শিক্ষয়িত্ৰীগৰাকী ক'ভিডত আক্ৰান্ত হোৱাৰ লগে লগে আজি কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়খনৰ পাঠদান আধাতে বন্ধ কৰি চেনিটাইজৰ ব্যৱস্থা কৰিছে ৷ উল্লেখযোগ্য যে ভেকচিনৰ দুটা ড'জ লোৱাৰ পাছতো ক'ভিডত আক্ৰান্ত হোৱা ঘটনাই শংকিত কৰিছে বিভিন্নজনক ।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|