
মণিপুৰৰ সেই ভয়ংকৰ ভূমিস্খলনত আন বহুজনৰ সৈতে জীৱন্তে সমাধিস্থ হৈছিল কমলেশ তালুকদাৰ।
মণিপুৰৰ সেই ভয়ংকৰ ভূমিস্খলনত আন বহুজনৰ সৈতে জীৱন্তে সমাধিস্থ হৈছিল কমলেশ তালুকদাৰ।
নিজ বাসগৃহলৈ অনা হ’ল মণিপুৰৰ ভয়ংকৰ ভূমিস্খলনত প্ৰাণ হেৰুওৱা কমলেশ তালুকদাৰৰ নশ্বৰ দেহ। কমলেশৰ গোলকগঞ্জৰ ঘৰত শোকাকুল পৰিৱেশ। আজি শেষকৃত্য সম্পন্ন হ’ব কমলেশৰ। মণিপুৰৰ ভূমিস্খলনত জীৱন্তে সমাধিস্থ হৈছিল কমলেশ। কমলেশৰ পত্নী বৰ্তমান ৭ মাহৰ অন্তঃসত্ত্বা। কমলেশৰ ঘৰখনত এক বুজাব নোৱাৰা কৰুণ পৰিৱেশে বিৰাজ কৰিছে ঘৰখনত।
উল্লেখযোগ্য যে মণিপুৰৰ সেই ভয়ংকৰ ভূমিস্খলনত আন বহুজনৰ সৈতে জীৱন্তে সমাধিস্থ হৈছিল কমলেশ তালুকদাৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|