• Home
  • »
  • News
  • »
  • assam
  • »
  • কলিয়াবৰৰ কুঠৰীত ভয়ংকৰ অগ্নিকাণ্ড ! নিমিষতে পুৰি ছাই হ'ল ৫খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান...

কলিয়াবৰৰ কুঠৰীত ভয়ংকৰ অগ্নিকাণ্ড ! নিমিষতে পুৰি ছাই হ'ল ৫খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান...

কলিয়াবৰ মহকুমাৰ কুঠৰীত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত হল পাচখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান।এখন হোটেলৰ LPG চিলিণ্ডাৰৰ পৰাই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।

  • Share this:
কলিয়াবৰ মহকুমাৰ কুঠৰীত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত হল পাচখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান।এখন হোটেলৰ LPG চিলিণ্ডাৰৰ পৰাই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। ঘটনাস্থলীত বহু পলমকৈ উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ লোক।

স্থানীয় লোকৰ অভিযোগ কলিয়াবৰৰ সীমান্তৰ এই অঞ্চললৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়। তেনেস্থলত দীৰ্ঘদিনে স্থানীয়ে ৰাইজে বাগৰী আৰক্ষী চকীত এখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী দিয়াৰ দাবী কৰি আহিছে যদিও এইপৰ্যন্ত প্ৰশাসনৰ পৰা কোনো সহাৰি পোৱা নাই।
Published by:Kokil Sarma
First published: