• Home
  • »
  • News
  • »
  • assam
  • »
  • কলিয়াবৰত অসম ৰাজ্যিক পৰিবহণ নিগমৰ ছুপাৰে মহতিয়ালে পথচাৰীক ! সংকটজনক অৱস্থাত পথচাৰীজনক চিকিৎসালয়ত ভৰ্তি ...

কলিয়াবৰত অসম ৰাজ্যিক পৰিবহণ নিগমৰ ছুপাৰে মহতিয়ালে পথচাৰীক ! সংকটজনক অৱস্থাত পথচাৰীজনক চিকিৎসালয়ত ভৰ্তি ...

কলিয়াবৰত অসম ৰাজ্যিক পৰিবহণ নিগমৰ ছুপাৰে মহতিয়াই নিলে পথচাৰীক। সংকটজনক অৱস্থাত চিকিৎসালয়ত চিকিৎসাধীন আহত ভুৱন বৰা।

  • Share this:
কলিয়াবৰত অসম ৰাজ্যিক পৰিবহণ নিগমৰ ছুপাৰে মহতিয়াই নিলে পথচাৰীক। সংকটজনক অৱস্থাত চিকিৎসালয়ত চিকিৎসাধীন আহত ভুৱন বৰা। গুৱাহাটীৰ পৰা যোৰহাট অভিমুখি এখন অসম ৰাজ্যিক পৰিবহণ নিগমৰ ছুপাৰে মহতিয়াই নিয়ে পথচাৰীজনক।

কলিয়াবৰ আৰক্ষী নিৱেশ এলেকাধীন চতিয়ালৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে দুৰ্ঘটনাটো। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বৰুৱাচুকৰ ভুৱন বৰা নামৰ লোকজন। গুৰুতৰভাৱে আহত ভুৱন বৰাক জখলাবন্ধা হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও মুৰত গুৰুতৰ আঘাতপ্ৰাপ্ত ভুৱন বৰাক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। দুৰ্ঘটনা সংঘটিত কৰা ASTC ছুপাৰ বাছখনৰ নম্বৰ AS-20-1544। বাছসহ চালক জখলাবন্ধা আৰক্ষীৰ জিম্মাত ।
Published by:Kokil Sarma
First published: