মুখ্যপৃষ্ঠা »খবৰ »অসম »কলিয়াবৰত বন্যহস্তীৰ আক্ৰমণত নিহত বৃদ্ধা ! চিকিৎসাধীন গুৰতৰভাৱে আহত ৩ জন ...

কলিয়াবৰত বন্যহস্তীৰ আক্ৰমণত নিহত বৃদ্ধা ! চিকিৎসাধীন গুৰতৰভাৱে আহত ৩ জন ...

বন্যহস্তীৰ আক্ৰমনত শনিবাৰে কলিয়াবৰৰ পূৱথৰীয়াত বন্যহস্তী আক্ৰমণত আহত হয় মহেশ্বৰী দাধৰা নামৰ এগৰাকী মহিলা। উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছিল যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু হয় মহিলাগৰাকীৰ।

  • Share this:
নেৰানেপেৰা বৰষূণৰ মাজতে কলিয়াবৰ ভিন্ন স্থানত বনৰীয়া হাতীৰ সন্ত্ৰাস। বন্যহস্তীৰ আক্ৰমণত এগৰাকী ৬০ উৰ্দ্ধৰ মহিলা নিহত হোৱাৰ লগতে তিনিজন গুৰুতৰভাৱে আহত হয়।

বন্যহস্তীৰ আক্ৰমনত শনিবাৰে কলিয়াবৰৰ পূৱথৰীয়াত বন্যহস্তী আক্ৰমণত আহত হয় মহেশ্বৰী দাধৰা নামৰ এগৰাকী মহিলা। উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছিল যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু হয় মহিলাগৰাকীৰ।

আনহাতে, এক নং ভূৰবন্ধাত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় অসীম বৰ্মন, সোধন বৰ্মন আৰু অনন্তী মণ্ডল। আহত সকলক প্ৰথমে জখলাবন্ধা চিকিৎসালয় ভৰ্তি কৰোৱা হৈছিল যদিও  উন্নত চিকিৎসাৰ বাবে তেজপুৰ আৰু নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে।  নিশা কলিয়াবৰ ভিন্ন স্থানত কেইবাটাও বাসগৃহও ভাঙি বিস্তৰ ক্ষতি সাধন কৰে বন্যহস্তীয়ে।

উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি বন্যহস্তীয়ে উপদ্ৰৱ চলাই আহিছে কলিয়াবৰৰ ভিন্ন অঞ্চলত। বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰাত বনবিভাগ চুড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ একাংশৰ।

শেহতীয়া বাতৰি