কলাইগাঁও কাণ্ড : ক’ত পলাল তান্ত্ৰিক ৰমেশ চহৰীয়াৰ সহযোগী কাজল ভূঞা?

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তান্ত্ৰিক ৰমেশ চহৰীয়াক।

News18-Assam
Updated:July 10, 2019, 10:10 AM IST
কলাইগাঁও কাণ্ড : ক’ত পলাল তান্ত্ৰিক ৰমেশ চহৰীয়াৰ সহযোগী কাজল ভূঞা?
ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তান্ত্ৰিক ৰমেশ চহৰীয়াক।
News18-Assam
Updated: July 10, 2019, 10:10 AM IST
কলাগাঁৱৰ জঘন্য ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। এই ঘটনাত আন এজন অভিযুক্ত কাজল ভূঞাক বিচাৰি অভিযান অব্যাহত ৰাখিছে কলাইগাঁও আৰক্ষীয়ে। নিশা ছিপাঝাৰৰ দক্ষিণ চুবুৰীৰ কাজল ভূঞাৰ ঘৰত চলিল অভিযান। ৩ দিন ধৰি পলাতক হৈ আছে অভিযুক্ত কাজল ভূঞা। কাজল ভূঞা আৰু ৰমেশ চহৰীয়াৰ প্ৰৰোচনাতে কলাইগাঁৱৰ চহৰীয়া পৰিয়ালত সংঘটিত হৈছিল সেই বীভৎস ঘটনা। দুয়োৰে প্ৰৰোচনাত পৰি চহৰীয়া পৰিয়াল সোমাই পৰিছিল অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তান্ত্ৰিক ৰমেশ চহৰীয়াক।
আৰু চাওক পৰৱৰ্তী বাতৰি