হোজাই জিলাৰ কাকীত সৃষ্টি হৈছে কৃত্ৰিম বানৰ।এজাক বৰষুণতে প্লাবিত হৈছে কাকীৰ বিস্তীৰ্ণ অঞ্চল।ৰাজপথৰে পানী বাগৰাত নিশা ব্যাহত হৈ আছিল যাতায়াত ব্যৱস্থা।

প্লাবিত পানীত বুৰ যায় অঞ্চলটোৰ প্ৰায় ১২টাকৈ পৰিয়ালৰ ঘৰ বাৰী । ৩নং কাকী পাঠৰী শান্তিপুৰ সংযোগী পথৰ জগতগুৰু অঞ্চলত নিশা কৃত্ৰিম বানৰ সৃষ্টি হোৱাত সমস্যাত পৰে গাঁওবাসী। নিশা ঘৰ বাৰীৰ ভিতৰত পানী সোমাই যোৱাত জলবন্দী হৈ পৰে কেইবাটাও পৰিয়াল। লক্ষণীয় যে গাঁওখনত পানী যোৱাৰ উপযুক্ত নলা নথকাৰ বাবে এজাক বৰষুণতে গাঁওখন প্লাবিত হোৱাৰ অভিযোগ কৰে গাঁওবাসীয়ে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|