ন্যায়াধীশ অজয় লাম্বা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ

৫ অক্টোবৰত নিযুক্তি দিয়া হয় ন্যায়াধীশ অজয় লাম্বাক

News18-Assam
Updated:October 6, 2019, 1:41 PM IST
ন্যায়াধীশ অজয় লাম্বা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ
৫ অক্টোবৰত নিযুক্তি দিয়া হয় ন্যায়াধীশ অজয় লাম্বাক
News18-Assam
Updated: October 6, 2019, 1:41 PM IST
এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজয় লাম্বাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে। যোৱা ৫ অক্টোবৰত নিযুক্তি দিয়া হয় ন্যায়াধীশ অজয় লাম্বাক।

বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ত ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামীক চিকিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে।

৭ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ অৰুপ কুমাৰ গোস্বামীৰ স্থানত ন্যয়াধীশ লাম্বাই ৰাজভৱনত শপত গ্ৰহণ কৰি আনুষ্ঠানিকভাৱে মুখ্য ন্যায়াধীশৰ দায়িত্বভাৰ গ্ৰহণ কৰিব।
আৰু চাওক পৰৱৰ্তী বাতৰি