Tense Amid Jumma Namaz: নগাঁৱৰ জুৰীয়াত বিশ্বশান্তিৰ বাবে আয়োজন কৰা হৈছিল জুম্মাৰ নামাজৰ। ৫ লাখৰো অধিক লোক সমৱেত হৈছিল।
Tense Amid Jumma Namaz: নগাঁৱৰ জুৰীয়াত বিশ্বশান্তিৰ বাবে আয়োজন কৰা হৈছিল জুম্মাৰ নামাজৰ। ৫ লাখৰো অধিক লোক সমৱেত হৈছিল।
নগাঁৱৰ জুৰীয়াত নামাজৰ মাজতে উত্তপ্ত পৰিস্থিতি।
বিশ্বশান্তিৰ বাবে আয়োজন কৰা হৈছিল জুম্মাৰ নামাজ (Jumma Namaz)ৰ।
জুৰীয়াৰ বগৰীগুৰি হাইমাদ্ৰাছা খেলপথাৰত আয়োজন কৰা হৈছিল এই সমাৰোহৰ।
সমাৰোহৰ মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰা হৈছিল মদিনাৰ ইমাম শ্বৰিফ (Madina Imam Sharif)ক।
বাংলাদেশৰ ঢাকাৰ (Dhaka, Bangladesh) পৰাও আমন্ত্ৰণ কৰা হৈছিল দুগৰাকী ধৰ্মগুৰুক।
পিছে আমন্ত্ৰিত অতিথিসকল অনুপস্থিত হোৱাক লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰে।
ঘটনাস্থলীৰ পৰা পলায়ণ কৰে উদ্যোক্তা কমিটীৰ সকলো।
আনকি ছেগ বুজি পলায়ন কৰিলে কংগৰেছী বিধায়ক নুৰুল হুদায়ো।
নামাজত অংশ গ্ৰহণ কৰিবলৈ অহা ক্ষোভিত ৰাইজে লণ্ডভণ্ড কৰিলে মণ্ডপ।
বৰপেটা, নলবাৰী, মঙলদৈ, গোৱালপাৰা, হোজাইৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ লোকৰ আগমন ঘটিছিল।
উল্লেখ্য যে প্ৰায় ৫ লক্ষাধিক লোকে মদিনাৰ শ্বৰিফৰ দৰ্শনৰ বাবে নিশাই খেলপথাৰলৈ আহিছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|