মুখ্যপৃষ্ঠা »খবৰ »অসম »কোৰোণাতংক!এইখন জিলাত তিনিদিনলৈ বন্ধ থাকিব বেংক আৰু ATM 

কোৰোণাতংক!এইখন জিলাত তিনিদিনলৈ বন্ধ থাকিব বেংক আৰু ATM 

ৰাজ্যত দ্ৰুত গতিত বাঢ়িছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা।

ৰাজ্যত দ্ৰুত গতিত বাঢ়িছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা।

ৰাজ্যত দ্ৰুত গতিত বাঢ়িছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা।

  • Share this:
ৰাজ্যত দ্ৰুত গতিত বাঢ়িছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। গুৱাহাটী মহানগৰীৰ লগতে যোৰহাটতো এতিয়া প্ৰতিদিনাই ধৰা পৰিছে শ শ লোকৰ দেহত কোৰোণাৰ অৱস্থিতি। কোৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাটৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ মুখ্য শাখা তিনি দিনলৈ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেইদৰে বন্ধ থাকিব ATM আৰু বেংকৰ সকলো লেন-দেন।

উল্লেখযোগ্য যে, বেংকটোৰ একাংশ কৰ্মচাৰীৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰাৰ পিছতে বেংক কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

শেহতীয়া বাতৰি