মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন। কমলাবাৰী-নিমাতি ঘাটৰ পৰা অহা দুখন ফেৰীৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ খবৰ পোৱা গৈছে।
মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন। কমলাবাৰী-নিমাতি ঘাটৰ পৰা অহা দুখন ফেৰীৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ খবৰ পোৱা গৈছে।
মহাবাহু ব্ৰহ্মপুত্ৰৰ (Brahmaputra River) বুকুত অঘটন। কমলাবাৰী-নিমাতী ঘাটৰ পৰা অহা দুখন ফেৰীৰ (Ferry Accident) মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত এই দুৰ্ঘটনা।
সংঘৰ্ষৰ ফলত মা কমলা নামৰ এখন ফেৰী ডুব যায়। পানীৰ সোঁতত বহু যাত্ৰী উটি যোৱাৰ সন্দেহ কৰা হৈছে। এই পৰ্যন্ত হতাহতৰ তথ্য জানিব পৰা হোৱা নাই। ইতিমধ্যে প্ৰায় ২৬ জন লোকক উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা হৈছে। আনহাতে ফেৰীখনত অৰ্ধশতাধিক যাত্ৰী আছিল বুলি অনুমান কৰা হৈছে। উদ্ধাৰকাৰী দল NDRF-SDRFএ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। যোৰহাটৰ নিমাতী ঘাটত সংঘটিত হৈছে এই দুৰ্ঘটনা।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|