মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Breaking News: ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন ! দুখন ফেৰীৰ মাজত সংঘৰ্ষ, বৰ্তমানলৈ উদ্ধাৰ ৪০জনৰো অধিক যাত্ৰী...

Breaking News: ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন ! দুখন ফেৰীৰ মাজত সংঘৰ্ষ, বৰ্তমানলৈ উদ্ধাৰ ৪০জনৰো অধিক যাত্ৰী...

Kokil Sarma | News18-Assam
Updated:September 8, 2021, 10:54 PM IST
Breaking News:  ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন ! দুখন ফেৰীৰ মাজত সংঘৰ্ষ, বৰ্তমানলৈ উদ্ধাৰ ৪০জনৰো অধিক যাত্ৰী...
মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন। কমলাবাৰী-নিমাতি ঘাটৰ পৰা অহা দুখন ফেৰীৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ খবৰ পোৱা গৈছে।

মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন। কমলাবাৰী-নিমাতি ঘাটৰ পৰা অহা দুখন ফেৰীৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ খবৰ পোৱা গৈছে।

  • News18 Assam
  • Last Updated: September 8, 2021, 10:54 PM IST
  • Share this:
মহাবাহু ব্ৰহ্মপুত্ৰৰ (Brahmaputra River) বুকুত অঘটন। কমলাবাৰী-নিমাতী ঘাটৰ পৰা অহা দুখন ফেৰীৰ (Ferry Accident) মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত এই দুৰ্ঘটনা।

সংঘৰ্ষৰ ফলত মা কমলা নামৰ এখন ফেৰী ডুব যায়। পানীৰ সোঁতত বহু যাত্ৰী উটি যোৱাৰ সন্দেহ কৰা হৈছে। এই পৰ্যন্ত হতাহতৰ তথ্য জানিব পৰা হোৱা নাই। ইতিমধ্যে প্ৰায় ২৬ জন লোকক উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা হৈছে। আনহাতে ফেৰীখনত অৰ্ধশতাধিক যাত্ৰী আছিল বুলি অনুমান কৰা হৈছে। উদ্ধাৰকাৰী দল NDRF-SDRFএ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। যোৰহাটৰ নিমাতী ঘাটত সংঘটিত হৈছে এই দুৰ্ঘটনা।
Published by: Kokil Sarma
First published: September 8, 2021, 5:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি