உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Jorhat Mob Lynching Update : অনিমেশ ভূঞা হত্যাকাণ্ডৰ মূল অভিযুক্ত ক’লা গুণ্ডাক গ্ৰেপ্তাৰ, এই ক’লা গুণ্ডাৰ নেতৃত্বতে অনিমেশৰ ওপৰত চলিছিল আক্ৰমণ

    Jorhat Mob Lynching Update : অনিমেশ ভূঞা হত্যাকাণ্ডৰ মূল অভিযুক্ত ক’লা গুণ্ডাক গ্ৰেপ্তাৰ, এই ক’লা গুণ্ডাৰ নেতৃত্বতে অনিমেশৰ ওপৰত চলিছিল আক্ৰমণ

    ঘটনাৰ পিছৰে পৰা পলাতক হৈ থকা ক’লা গুণ্ডাক বিচাৰি অভিযান চলাইছিল আৰক্ষীয়ে। অৱশেষত জালত পৰিল ক’লা গুণ্ডা।

    ঘটনাৰ পিছৰে পৰা পলাতক হৈ থকা ক’লা গুণ্ডাক বিচাৰি অভিযান চলাইছিল আৰক্ষীয়ে। অৱশেষত জালত পৰিল ক’লা গুণ্ডা।

    ঘটনাৰ পিছৰে পৰা পলাতক হৈ থকা ক’লা গুণ্ডাক বিচাৰি অভিযান চলাইছিল আৰক্ষীয়ে। অৱশেষত জালত পৰিল ক’লা গুণ্ডা।

    • Share this:
    অনিমেশ ভূঞা হত্যাকাণ্ডৰ মূল অভিযুক্ত ক’লা গুণ্ডাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ক’লা গুণ্ডা ওৰফে নীৰজ দাসক। ক’লা গুণ্ডাক গ্ৰেপ্তাৰৰ পিছত ১৩জনলৈ বৃদ্ধি পালে হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা। ঘটনাৰ পিছৰে পৰা পলাতক হৈ থকা ক’লা গুণ্ডাক বিচাৰি অভিযান চলাইছিল আৰক্ষীয়ে। অৱশেষত জালত পৰিল ক’লা গুণ্ডা।

    উল্লেখযোগ্য সোমবাৰে যোৰহাট নগৰৰ মাজমজিয়াতে এজন ছাত্ৰ নেতাক এই ক’লা গুণ্ডাৰ নেতৃত্বত এটা গুণ্ডা বাহিনীৰ দলে অতি নৃশংসভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিছিল। দিন দুপৰতে নগৰৰ মাজ মজিয়াত উন্মত্ত দলটোৱে হত্যা কৰিছিল সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ (Student Union Golaghat district) ব্ৰহ্মপুত্ৰ আঞ্চলিক সমিতিৰ শিক্ষা সম্পাদক অনিমেশ ভূঞাক।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: