• Home
  • »
  • News
  • »
  • assam
  • »
  • Jorhat Mob Lynching Case Update : অনিমেশ ভূঞা হত্যাকাণ্ডৰ ১৩ অভিযুক্তক গ্ৰেপ্তাৰ, যোৰহাটবাসীয়ে চিনি থওক এইসকলক

Jorhat Mob Lynching Case Update : অনিমেশ ভূঞা হত্যাকাণ্ডৰ ১৩ অভিযুক্তক গ্ৰেপ্তাৰ, যোৰহাটবাসীয়ে চিনি থওক এইসকলক

আৰক্ষীয়ে ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আইনৰ 147/148/149/326/302 ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।

আৰক্ষীয়ে ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আইনৰ 147/148/149/326/302 ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।

আৰক্ষীয়ে ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আইনৰ 147/148/149/326/302 ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।

  • Share this:
যোৰহাটৰ অনিমেশ ভূঞা হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই নৃশংস ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছিল মূল অভিযুক্ত ক’লা ল’ৰা ওৰফে নীৰজ দাস। আজি আৰক্ষীয়ে ক’লা ল’ৰাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ক’লা ল’ৰাৰ লগত মুঠ ১৩জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আইনৰ 147/148/149/326/302 ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাসকল হ’ল – বিতুপণ দাস, বিক্ৰম দাস, সুভাষ বৰা, অবিনাশ বৰা, মোহন দাস, দেৱ দাস, মহেশ দাস, বঙালী দাস, সৰুল’ৰা দাস, সুভাষ দাস, নীৰজ দাস (ক’লা ল’ৰা) আৰু অকনি দাস।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published: