உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণত ধৰা পৰিছে ন-ন বিসংগতি! আজিও বন্ধ নিৰ্মাণ কাৰ্য

    মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণত ধৰা পৰিছে ন-ন বিসংগতি! আজিও বন্ধ নিৰ্মাণ কাৰ্য

    ১১ নং খুঁটাৰ ভিতৰফালে জইনিংত বৃহৎ ফাঁট।

    ১১ নং খুঁটাৰ ভিতৰফালে জইনিংত বৃহৎ ফাঁট।

    ১১ নং খুঁটাৰ ভিতৰফালে জইনিংত বৃহৎ ফাঁট।

    • Share this:

    • মাজুলী-যোৰহাট সংযোগী দলংৰ ন-ন বিসংগতি উন্মোচন।

    • ১১ নং খুঁটাৰ ভিতৰফালে জইনিংত বৃহৎ ফাঁট।

    • ১১ নং খুঁটাৰ পাইলিংৰ জইনত ওলায় থাকিল ৰ'ড।

    • আজি দ্বিতীয় দিনাও বন্ধ মাজুলী যোৰহাট সংযোগী দলঙৰ খুটা নিৰ্মাণৰ কাম।

    • আজি উপস্থিত হবহি গুৱাহাটীৰ পৰা অহা আন এক বিশেষজ্ঞৰ দল।

    • বিশেষজ্ঞৰ দলে কালিলৈ পৰীক্ষা কৰিব প্ৰতিতো খুঁটা।

    Published by:Himangshu Bhuyan
    First published: