১১ নং খুঁটাৰ ভিতৰফালে জইনিংত বৃহৎ ফাঁট।
১১ নং খুঁটাৰ ভিতৰফালে জইনিংত বৃহৎ ফাঁট।
- মাজুলী-যোৰহাট সংযোগী দলংৰ ন-ন বিসংগতি উন্মোচন।
- ১১ নং খুঁটাৰ ভিতৰফালে জইনিংত বৃহৎ ফাঁট।
- ১১ নং খুঁটাৰ পাইলিংৰ জইনত ওলায় থাকিল ৰ'ড।
- আজি দ্বিতীয় দিনাও বন্ধ মাজুলী যোৰহাট সংযোগী দলঙৰ খুটা নিৰ্মাণৰ কাম।
- আজি উপস্থিত হবহি গুৱাহাটীৰ পৰা অহা আন এক বিশেষজ্ঞৰ দল।
- বিশেষজ্ঞৰ দলে কালিলৈ পৰীক্ষা কৰিব প্ৰতিতো খুঁটা।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|