
প্ৰতীকী ফটো
আৰক্ষীৰ বেষ্টনীৰ পৰা পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীচালনা কৰাত আহত হয় অভিযুক্তজন।
যোৰহাট নগৰৰ গুলীচালনা ঘটনাৰ দ্বিতীয়জন অভিযুক্ত ৰাজেশ চাহু ওৰফে ৰাহুল চাহুলৈ আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত ৰাজেশক ডিব্ৰুগড়ৰ এএমচিএইচলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। লামডিঙৰ পৰা যোৰহাট আৰক্ষীয়ে কৰায়ত্ত কৰি অনাৰ পিছত আৰক্ষীৰ বেষ্টনীৰ পৰা পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীচালনা কৰাত আহত হয় অভিযুক্তজন।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|