உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • যোৰহাট নগৰৰ নিউ বালিবাটত ভয়ংকৰ অগ্নিকাণ্ড ! জুইৰ ফলত বাসগৃহৰ বিস্তৰ ক্ষতিসাধন ...

    যোৰহাট নগৰৰ নিউ বালিবাটত ভয়ংকৰ অগ্নিকাণ্ড ! জুইৰ ফলত বাসগৃহৰ বিস্তৰ ক্ষতিসাধন ...

    যোৰহাট নগৰৰ নিউ বালিবাটৰ মছজিদৰ সমীপত মঙ্গলবাৰে নিশা এটা বাসগৃহত ভয়াৱহ অগ্নিকাণ্ড । চাকিল আহমেদ নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড ।

    • Share this:

    স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে তৎপৰতাৰে জুই অধিক বিয়পি পৰাৰ পূৰ্বেই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । অগ্নিকাণ্ডত বাসগৃহটোৰ বিস্তৰ ক্ষতিসাধন হয় যদিও সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই । অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে নিশ্চিত কৰিব পৰা নাই ।
    Published by:Kokil Sarma
    First published: