মুখ্যপৃষ্ঠা »খবৰ »অসম »Jonmani Rabha: জোনমণি ৰাভাৰ মৃত্যুশোকত ভাগি পৰা মাতৃ সুমিত্ৰা ৰাভা অসুস্থ, হাস্পতালত ভৰ্তি

Jonmani Rabha: জোনমণি ৰাভাৰ মৃত্যুশোকত ভাগি পৰা মাতৃ সুমিত্ৰা ৰাভা অসুস্থ, হাস্পতালত ভৰ্তি

জীয়ৰী জোনমণিৰ চিন্তাত দুৰ্বল হৈ পৰিছিল মাতৃ

জীয়ৰী জোনমণিৰ চিন্তাত দুৰ্বল হৈ পৰিছিল মাতৃ

জীয়ৰী জোনমণিৰ চিন্তাত দুৰ্বল হৈ পৰিছিল মাতৃ

  • Share this:
অসম আৰক্ষীত জোকাৰণিৰ সৃষ্টি কৰা আৰক্ষী উপ–পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুশোকত ভাগি পৰা মাতৃ সুমিত্ৰা ৰাভাক আজি হায়াট হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

জীয়ৰী জোনমণি ৰাভাৰ মৃত্যুক বৰ্তমানো মানি ল'ব নোৱৰা বৃদ্ধ মাতৃগৰাকীৰ স্বাস্থ্য অসুস্থ হোৱাত হাস্পতালত ভৰ্তি কৰোৱা হয়। বিগত দিনবোৰত সুমিত্ৰা ৰাভাই

জীয়ৰীৰ চিন্তাত দুৰ্বল হৈ পৰিছিল। বৰ্তমান তেওঁক হায়াত হাস্পতালত চিকিৎসকৰ দলে চিকিৎসা চলাই আছে।

উল্লেখ্য, জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি মাতৃ সুমিত্ৰা ৰাভাই প্ৰায় প্ৰতিটো দিনেই ব্যস্ত থাকিবলগীয়া হৈছিল। অলপতে জখলাবন্ধা আৰক্ষী নিৱেশত উপস্থিত হৈ তেওঁ এজাহাৰো দাখিল কৰিছিল।

শেহতীয়া বাতৰি