অৱশেষত জামিন লাভ কৰিলে জিতেন দত্তই

News18 Assam | News18-Assam
Updated:January 4, 2020, 6:25 PM IST
অৱশেষত জামিন লাভ কৰিলে জিতেন দত্তই
Source-Google

১৪ ডিচেম্বৰত আটক হৈছিল জিতেন দত্ত

  • Share this:
অৱশেষত জামিন লাভ কৰিলে আলোচনাপন্থী আলোচনা নেতা জিতেন দত্তই।  CAA বিৰোধী আন্দোলনত  উচতনি দিয়াৰ অভিযোগত যোৱা ১৪ ডিচেম্বৰত আটক হৈছিল জিতেন দত্ত।

যোৱা ১৪ ডিচেম্বৰ তাৰিখে আলোচনাপন্থী আলফা নেতা জিতেন দত্তক নিজা বাসভৱনৰ পৰা তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতিৰ নেতৃত্বত অহা এটা দলে গ্ৰেপ্তাৰ কৰিছিল। ইপিনে কোনো কাগজপত্র নেদেখুওৱাকৈ আলোচনাপন্থী আলফা নেতাজনক গ্রেপ্তাৰ কৰাত সমগ্র ডিগবৈ অঞ্চলত চাঞ্চল্য সৃষ্টি কৰিছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি