• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজ্যৰ বান বিধ্বস্ত এলেকাৰ গ্ৰাহকৰ বাবে জিঅ'ৰ বিশেষ বিনামূলীয়া সেৱা, এনেদৰে লওক লাভ

ৰাজ্যৰ বান বিধ্বস্ত এলেকাৰ গ্ৰাহকৰ বাবে জিঅ'ৰ বিশেষ বিনামূলীয়া সেৱা, এনেদৰে লওক লাভ

ৰিলায়েন্স জিঅ'ই বিশেষ বিনামূলীয়া চাৰিদিনীয়া সীমাহীন আঁচনি ঘোষণা কৰিছে। এই প্লেনত আছে সীমাহীন বিনামূলীয়া কল আৰু প্ৰতিদিনে ১.৫ জিবিলৈকে ডাটা।

  • Share this:
ৰিলায়েন্স জিঅ'ই বিশেষ বিনামূলীয়া চাৰিদিনীয়া সীমাহীন আঁচনি ঘোষণা কৰিছে। এই প্লেনত আছে সীমাহীন বিনামূলীয়া কল আৰু প্ৰতিদিনে ১.৫ জিবিলৈকে ডাটা। বানে ক্ষতি কৰা ৰাজ্যৰ ডিমা হাচাও, কাৰ্বি আংলং পূৱ, কাৰ্বি আংলং পূৱ, কাৰ্বি আংলং পশ্চিম, হোজাই আৰু কাচাৰ জিলাত থকা নিজৰ গ্ৰাহকসকলক চাৰি দিনৰ বাবে প্ৰতিদিনে ১০০ এছএমএছো প্ৰদান কৰা হ'ব।

জিঅ'ই অসমৰ গ্ৰাহকসকললৈ প্ৰেৰণ কৰা বাৰ্তাত কয়, "যোৱা কেইদিনমানৰ ভিতৰত বতৰৰ অত্যাধিক পৰিস্থিতিৰ বাবে আপোনাৰ সেৱাৰ অভিজ্ঞতা প্ৰভাৱিত হৈছিল। এক সদিচ্ছাৰ অঙ্গীকাৰ হিচাপে, আমি আপোনাৰ নম্বৰত ৪ দিনৰ সীমাহীন প্লেনৰ ব্যৱস্থা কৰিছো।

এই কঠিন সময়ত জিঅ' নিজৰ গ্ৰাহকসকলৰ সৈতে দৃঢ়ভাৱে থিয় হৈ আছে। তেওঁলোকক তেওঁলোকৰ প্ৰিয়জনৰ সৈতে সম্পৰ্কত থকাত আৰু সংযুক্ত হৈ থকাত সহায় কৰিবলৈ, জিঅ'ই প্ৰতিদিনে ৪ দিনৰ সীমাহীন ভইচ আৰু ডাটা পেক আৰু ১০০ এছএমএছ সম্প্ৰসাৰিত কৰিছে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি