এদিনৰ জামিনেৰে বৰপেটাৰ স্ব–গৃহত জেহাদী শ্বাহানুৰ আলম

২০১৪ চনত পশ্চিমবংগৰ খাগ্ৰাগড়ত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দোষী সাব্যস্ত হৈছিল শ্বাহানুৰ আলম

News18-Assam
Updated:September 28, 2019, 6:31 PM IST
এদিনৰ জামিনেৰে বৰপেটাৰ স্ব–গৃহত জেহাদী শ্বাহানুৰ আলম
২০১৪ চনত পশ্চিমবংগৰ খাগ্ৰাগড়ত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দোষী সাব্যস্ত হৈছিল শ্বাহানুৰ আলম
News18-Assam
Updated: September 28, 2019, 6:31 PM IST
বৰপেটাৰ চতলাৰ ঘৰত জেএমবিৰ শ্বাহানুৰ আলম। পশ্চিমবংগৰ দমদম কেন্দ্ৰীয় কাৰাগাৰৰ পৰা নিজ ঘৰলৈ আহে শ্বাহানুৰ।এদিনৰ জামিনত স্বগৃহত উপস্থিত জেহাদী শ্বাহানুৰ আলম। দুমাহ পূৰ্বে মৃত্যু হোৱা শ্বাহানুৰৰ পিতৃৰ কৃতকৰ্মৰ বাবে জামিন আবেদন কৰিছিল শ্বাহানুৰে।

কামৰূপ এক্সপ্ৰেছযোগে বৰপেটা ৰোড ষ্টেচনত উপস্থিত হয় শ্বাহানুৰ। শ্বাহানুৰৰ সৈতে লগত আহে কলকাতা আৰক্ষীৰ এটা দল। ২০১৪ চনত পশ্চিমবংগৰ খাগ্ৰাগড়ত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দোষী সাব্যস্ত হৈছিল শ্বাহানুৰ আলম।কিছুদিন পূৰ্বে নিয়াৰ আদালতে 8 বছৰৰ কাৰাদণ্ডৰ ৰায় প্ৰদান কৰিছিল শ্বাহানুৰ আলমক ৷ পত্নী চুজিনা বেগমৰ সৈতে গুৱাহাটীত গ্ৰেপ্তাৰ হৈছিল শ্বাহানুৰ ৷
আৰু চাওক পৰৱৰ্তী বাতৰি