মুখ্যপৃষ্ঠা »খবৰ »অসম »মাদ্ৰাছাত জেহাদীৰ ঘাটি! মৈৰাবাৰীত জেহাদীৰ লিংকমেন মুফতি মুস্তাফাক গ্ৰেপ্তাৰ

মাদ্ৰাছাত জেহাদীৰ ঘাটি! মৈৰাবাৰীত জেহাদীৰ লিংকমেন মুফতি মুস্তাফাক গ্ৰেপ্তাৰ

বঙাইগাঁৱৰ ধৃত জেহাদী আব্বাছক লৈ আৰক্ষীয়ে চলাইছিল অভিযান। বাংলাদেশৰ মেহবুব নামৰ জেহাদীটো পলাতক।

বঙাইগাঁৱৰ ধৃত জেহাদী আব্বাছক লৈ আৰক্ষীয়ে চলাইছিল অভিযান। বাংলাদেশৰ মেহবুব নামৰ জেহাদীটো পলাতক।

বঙাইগাঁৱৰ ধৃত জেহাদী আব্বাছক লৈ আৰক্ষীয়ে চলাইছিল অভিযান। বাংলাদেশৰ মেহবুব নামৰ জেহাদীটো পলাতক।

  • Share this:
মাদ্ৰাছাত জেহাদীৰ ঘাটি! মৈৰাবাৰীত মাদ্ৰাছাৰ পৰা জেহাদীৰ কাৰ্যকলাপ নিয়ন্ত্ৰিত হোৱাৰ ভয়ংকৰ অভিযোগ। অভিযোগ উঠিছে, জেহাদী সংগঠনৰ ধনেৰে চলে মাদ্ৰাছা। মৈৰাবাৰীত জেহাদীৰ ঘাটি চলোৱা মাদ্ৰাছা ছীল কৰিলে আৰক্ষীয়ে। ছীল হ’ল জমিউল হুদা মাদ্ৰাছা।

জেহাদীৰ লিংকমেন মুফতি মুস্তাফাক গ্ৰেপ্তাৰ কৰা হৈছে। জেহাদীক ছীম কাৰ্ড যোগান ধৰিছিল মুফতি মুস্তাফাই। মুফতিৰ বেংক পাছবুকত বাংলাদেশৰ টকা–পইচা লেনদেনৰ তথ্য পোহৰলৈ আহিছে।

বঙাইগাঁৱৰ ধৃত জেহাদী আব্বাছক লৈ আৰক্ষীয়ে চলাইছিল অভিযান। বাংলাদেশৰ মেহবুব নামৰ জেহাদীটো পলাতক। জামিউল হুদা মাদ্ৰাছাত আশ্ৰয় গ্ৰহণ কৰি আছিল মেহবুবে।

শেহতীয়া বাতৰি